• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩বছৰ ধৰি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত কলিয়াবৰৰ দুই নং বৰঘুলীৰ ৰাইজ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
May 17, 2019 2:27 pm
water supply

ফটো : নৰ্থ-ইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত উন্নয়নৰ শ্লোগান দিয়া বৰ্তমানৰ বিজেপি নেতৃত্বধীন চৰকাৰখনেই হওক বা পূৰ্বৰ চৰকাৰসমূহে হওক গ্ৰামাঞ্চল ৰাইজ তথা দৰিদ্ৰ লোকৰ কল্যানাৰ্থে বহু অভিলাষী আঁচনি গ্ৰহণ কৰি আহিছে কিন্তু প্ৰকৃতাৰ্থত সেয়া প্ৰহসনত পৰিণত হোৱা দেখা গৈছে। সেয়া প্ৰমাণিত কৰিছে নগাঁও জিলাৰ কলিয়াবৰ সংমণ্ডলৰ বৰঘুলী স্থিত নদীৰপাৰ পানী যোগান আঁচনিয়ে।

২০১৬ চনতে আৰম্ভ হোৱা বৰঘূলীৰ নদীৰপাৰ পানী যোগান আঁচনি আৰম্ভণিৰ দুমাহৰ পিছতেই বিকল হৈ পৰে আৰু তেতিয়াৰে পৰা যোৱা তিনি বছৰে মন্ত্ৰী ৰিহন দৈমাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোনো কাণসাৰ নাই।

Apply Now
ফটো : নৰ্থ-ইষ্ট নাও

পানী যোগান আঁচনিৰ কেন্দ্ৰটো এতিয়া হাবি-জংঘলেৰে আৱৰি থকাৰ লগতে মল-মূত্ৰৰে কেন্দ্ৰটোৰ কাৰ্যালয় গৃহৰ বাৰান্দা আৰু চৌ-পাশ আৱৰি ধৰিছে।

আনহাতে অতি আশ্চৰ্যকৰ কথাটো হ’ল পানী যোগান আঁচনিৰ কাষৰীয়া গাঁওসমূহত নাই এটাও সাৰ্বজনীন টেপ। পানীৰ বাবে টেপৰ কথা ক’লেই স্থানীয় বাসিন্দাৰ পৰা পানী যোগান কেন্দ্ৰটোৰ তদাৰকৰ দায়িত্বত থকা হাছেন আলিয়ে দুহেজাৰৰ পৰা পাঁচ হাজাৰ টকালৈকে দাবী কৰে ধন। এই অভিযোগ স্থানীয় ৰাইজৰ।

ইফালে পানী যোগানৰ বাবে কোনো ধৰণৰ টেপ সংযোগৰ ব্যৱস্থা নকৰাকৈয়ে দুমাহ কেৱল পানী পাম্প চলাই স্থানীয় অঞ্চলবাসীক আভুৱা ভাৰি থকা কাৰ্যত এতিয়া ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ।

ইয়াৰ উপৰি কেন্দ্ৰটোলৈ বিদুৎ সংযোগী ৪৪০ কে ভিৰ তাঁৰ স্থানীয় লোকৰ বাসগৃহৰ ওপৰেদি অনাৰ ফলত স্থানীয় ৰাইজ শংকিত হৈ পৰিছে। এই সন্দৰ্ভতো ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে।

চৰকাৰৰ দূৰদৰ্শিতাৰ অভাৱৰ বাবেই আজি পৰ্যন্ত এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আহিছে কলিয়াবৰৰ দুই নং বৰঘুলীৰ ধৰ্মীয় সংখ্যালঘু অঞ্চলৰ ৰাইজ।

ইফালে স্থানীয় বিধায়ক তথা ৰাজ্যৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰো ভূমিকা নিৰাশজনক বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd