• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত কূটাঘাত কমা নাই; আলোচনা পন্থী আলফালৈ চৰকাৰী ভাত্তা বন্ধ কৰিব লাগে : অভিজিত শৰ্মা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2019 11:35 am
Abhijeet-Sarma

অভিজিত শৰ্মা। উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত সংঘটিত হৈ অহা কূটাঘাত সন্দৰ্ভত যুক্তি দাঙি ধৰি আলোচনা পন্থী আলফা নেতা, সদস্য সকললৈ চৰকাৰে আগবঢ়াই অহা ভাত্তা বন্ধ কৰাৰ দাবী জনাইছে অসম পাব্লিক ৱৰ্কছ নামৰ বেচৰকাৰী সংগঠনটোৰ সভাপতি অভিজিৎ শৰ্মাই।

১৭ মে’ত এখন সংবাদ মেল অনুষ্ঠিত কৰি পাব্লিক ৱৰ্কছৰ সভাপতিগৰাকীয়ে কয় যে ৰাজ্যত কূটাঘাতৰ সংখ্যা কমা নাই গতিকে আলোচনা পন্থী আলফাৰ নামত চৰকাৰে ভাত্তা হিচাপে আহবঢ়াই অহা ধন ব্যয় কৰাটো বন্ধ কৰিব লাগে।

Apply Now

তদুপৰি, যিসকল নতুন নতুন যুৱক নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনটোলৈ গৈছে তেওঁলোকক মূল সুতিলৈ ঘুৰাই অনাৰ বাবে চৰকাৰক উদ্যোগ লোৱাৰ বাবে আহ্বান জনাই শৰ্মাই।

সংবাদ মেলৰ জৰিয়তে এনেদৰে উল্লেখ কৰি একমাত্ৰ ধন উপাৰ্জনৰ বাবে অসমীয়া যুৱকসকল আলফালৈ যোৱা বুলি এক ইংগিত দিয়ে অসম পাব্লিক ৱৰ্কছ নামৰ সংগঠনটোৱে।

আনহাতে, সংবাদমেলখনত জলসিঞ্চন নিযুক্তি কেলেংকাৰী সন্দৰ্ভতো পুনৰ এবাৰ বিভাগটোৰ বিৰুদ্ধে সৰৱ হৈ পৰে অভিজিত শৰ্মা। বিভাগটোত নিযু্ক্তি মুকলি কৰাৰ পূৰ্বে কেনেদৰে ৬৪৪ টা পদত কেলংকাৰী সংঘটিত হৈছিল তাৰো তথ্য দাঙি ধৰে শৰ্মাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

October 27, 2026 2:49 pm
‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

October 27, 2026 2:39 pm
ভেটো ক্ষমতা নাথাকিলে স্থায়ী সদস্যপদ অৰ্থহীন! ৰাষ্ট্ৰসংঘৰ মজিয়াত ক্ষমতা বিকেন্দ্ৰীকৰণৰ দাবী ভাৰতৰ

ভেটো ক্ষমতা নাথাকিলে স্থায়ী সদস্যপদ অৰ্থহীন! ৰাষ্ট্ৰসংঘৰ মজিয়াত ক্ষমতা বিকেন্দ্ৰীকৰণৰ দাবী ভাৰতৰ

October 27, 2026 1:16 pm
অসুস্থতাৰ নাটক, দুৱাৰ খোলাৰ লগে লগে আক্ৰমণ! তামিলনাডুৰ কাৰাগাৰৰ পৰা পলাল ১৭ জন কয়দী

অসুস্থতাৰ নাটক, দুৱাৰ খোলাৰ লগে লগে আক্ৰমণ! তামিলনাডুৰ কাৰাগাৰৰ পৰা পলাল ১৭ জন কয়দী

October 27, 2026 12:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

October 27, 2026 2:49 pm
‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

October 27, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd