• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চিত বিদেশী ন্যায়াধীকৰণৰ সিদ্ধান্তই হ’ব চূড়ান্ত : উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2019 11:40 am
SC to hear petitions against CAA on Wednesday

ভাৰতৰ উচ্চতম ন্যায়ালয়। ফাইল ফটো

1.4k
VIEWS
Share on FacebookShare on Twitter

অবৈধ বিদেশী বুলি এজন ব্যক্তিক ন্যায়াধীকৰণে দিয়া ৰায় বাধ্যতামূলক হিচাপে পৰিগণিত হ’ব আৰু ৰাজ্যখনত চলি থকা এন আৰ চিত তেওঁৰ নাম বাদ দিবলৈ বা অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰে লোৱা কোনো সিদ্ধান্ত নৰজিব। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশনা জাৰি কৰিছে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপক গুপ্তাৰ এখন বিচাৰপীঠে শুকুৰবাৰে এন আৰ চিত অন্তৰ্ভুক্ত এজন ব্যক্তিৰ নাম উক্ত ব্যক্তিজন বিদেশী হোৱাৰ বাবে এন আৰ চিৰ পৰা বাদ দিয়া হৈছে নেকি তথা তেওঁৰ নাম পাছত বাদ দিয়া অন্তৰ্ভুক্তিৰ বিৰুদ্ধে উপযুক্ত মঞ্চত আবেদন জনোৱাৰ অধিকাৰ ব্যক্তিজনৰ থাকিব নে নাই সেই বিষয়টোৰ ওপৰত বিচাৰ কৰিছিল।

ন্যায়াধীশ সঞ্জীৱ খান্নাই নিৰ্দেশটো ঘোষণা কৰি কয় যে বিদেশী ন্যায়াধীকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে আবেদন জনোৱাৰ অধিকাৰ নাথাকিব। ন্যায়িকভাৱে সিদ্ধান্ত গ্ৰহণ কৰা বিষয় এটাৰ প্ৰত্যাহ্বান জনাব নোৱাৰা ‘ৰেছ-জুডিকাটা’ৰ নীতি ন্যায়াধীকৰণৰ সিদ্ধান্তৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

সেয়েহে সাধাৰণ পৰিস্থিতিত বিদেশী ন্যায়াধীকৰণে অবৈধ প্ৰব্ৰজনকাৰী বা বিদেশী বুলি ঘোষণা কৰা ব্যক্তি এজনে তেনে সিদ্ধান্তৰ পুনৰ বিবেচনাৰ বাবে আবেদন জনাব নোৱাৰিব।

আনহাতে, বিদেশী ন্যায়াধীকৰণৰ সিদ্ধান্ত আৰু এন আৰ চিৰ মাজৰ পাৰ্থক্য স্পষ্ট কৰি দি ন্যায়াধীকৰণৰ সিদ্ধান্ত চূড়ান্ত ৰূপত বাহাল থকাৰ কথা দোহাৰে।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd