• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যসভাৰ সাংসদ হোৱাৰ দৌৰত “টিকট-বঞ্চিত” বিজেপি নেতা; বহুকেইজনৰ আৱেদন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 19, 2019 9:36 pm
Rajya Sabha BJP

ৰাজ্যসভাৰ বাবে দলীয় প্ৰাৰ্থিত্ব বিচৰা কেইজনমান বিজেপি নেতা।

1.6k
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনত টিকটৰ পৰা বঞ্চিত ৰাজ্যিক বিজেপিৰ বহুকেইজন নেতাই ৰাজ্যসভাৰ নিৰ্বাচনৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰাজনীতিলৈ যোৱাৰ মন কৰি আৱেদন কৰিছে দলৰ ওচৰত। এই বিষয়ে জনালে অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

“বহুকেইজনে ইতিমধ্যে আৱেদন জনাইছে”, আজি হেঙেৰাবাৰীৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি সভাপতি দাসৰ মন্তব্য।

অসমৰ খালী হ’ব লগীয়া আসন দুখনৰ বাবে অহা ৭ জুনত নিৰ্বাচন অনুষ্ঠিত হ’ব।  প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিং আৰু শান্তিয়াছ কুজুৰৰ কাৰ্য্যকাল অহা ১৪ জুনত অন্ত পৰিব।

অসম বিধানসভাত সংখ্যাগৰিষ্ঠতা থকা বিজেপিৰ হাতত দুয়োখন আসনতে নিজৰ প্ৰাৰ্থী জয়ী কৰোৱাৰ পূৰ্ণ সুযোগ আছে।

দলীয় প্ৰাৰ্থিত্ব বিচাৰি ইতিমধ্যে আৱেদন জনাইছে ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ ৰমেন ডেকা, কেন্দ্ৰীয় ৰাজ্যিক ৰেইল মন্ত্ৰী ৰাজেন গোহাঁই, গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তী, যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিজেপিৰ ৰাজ্যিক উপ-সভাপতি বিজয় গুপ্তা, জ্যেষ্ঠ নেতা তথা “বিজেপি বাৰ্তা”ৰ সম্পাদক দেৱদত্ত বৰকটকীৰ উপৰি আন কেইবাজনে, জনালে সভাপতি দাসে।

লগতে পঢ়ক ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা; ২১ মে’ত অধিসূচনা

নিৰ্বাচন আয়োগৰ সূত্ৰই জনোৱামতে দুয়োখন আসনৰ নিৰ্বাচনৰ বাবে অহা ২১ মে’ত অধিসূচনা জাৰি কৰা হ’ব। ২৮ মে’ত মনোনয়ন পত্ৰ দিয়াৰ অন্তিম তাৰিখ। তাৰ পিছদিনাই মনোনয়ন পত্ৰ পৰীক্ষা আৰু ৩১ মে’ত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন।

ইপিনে বিজেপিয়ে মিত্ৰ অগপক আসন এৰি দিয়াৰ কথা অস্বীকাৰ কৰে সভাপতি দাসে।

Recent News

অসমৰ খিলঞ্জীয়া ৰাইজৰ ভূমি বৃহৎ পুঁজিপতি গোষ্ঠীক হস্তান্তৰ কৰণক লৈ ৰাজ্য জুৰি অব্যাহত আছে প্ৰতিবাদ

অসমৰ খিলঞ্জীয়া ৰাইজৰ ভূমি বৃহৎ পুঁজিপতি গোষ্ঠীক হস্তান্তৰ কৰণক লৈ ৰাজ্য জুৰি অব্যাহত আছে প্ৰতিবাদ

আলফা (স্বাধীন)ৰ নেতা ৰূপম অসমক বহুকেইটা গোচৰত জেৰাৰ বাবে জিম্মাত লৈছে নিয়াই

আলফা (স্বাধীন)ৰ নেতা ৰূপম অসমক বহুকেইটা গোচৰত জেৰাৰ বাবে জিম্মাত লৈছে নিয়াই

বিজেপিয়ে বড়ো নেতাক ‘ৰিম’ট কণ্ট্ৰ’ল’ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ৰ

বিজেপিয়ে বড়ো নেতাক ‘ৰিম’ট কণ্ট্ৰ’ল’ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ৰ

বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ ৮১খন নতুন গাঁৱৰ সীমা নিৰ্ধাৰণৰ আদেশত অনুমোদন অসমৰ ৰাজ্যপালৰ

বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ ৮১খন নতুন গাঁৱৰ সীমা নিৰ্ধাৰণৰ আদেশত অনুমোদন অসমৰ ৰাজ্যপালৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd