• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী ৰে’ল ষ্টেচনত মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা উদ্ধাৰ তিনিগৰাকী কিশোৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2019 4:22 pm
human-trafficking-3

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

1.2k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পৰা তিনিগৰাকী অসমীয়া কিশোৰীক মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা উদ্ধাৰ কৰা বুলি উত্তৰ-পূৱ সীমান্ত ৰে’লৱে কতৃপক্ষই মঙলবাৰে প্ৰকাশ কৰে।

ৰে’ল আৰক্ষীৰ তাৎক্ষণিক সহাৰি দিয়া বিশেষ গোটে ১৭ মে’ত গুৱাহাটী ৰে’ল ষ্টেচনত মানৱ সৰবৰাহকাৰী কেইগৰাকীক আটক কৰিবলৈ সক্ষম হৈছিল।

এগৰাকী মহিলাকে ধৰি আটক হোৱা মানৱ দেহ সৰবৰাহকাৰী চক্ৰটোৱে ৰে’ল আৰক্ষীৰ জেৰাত তেওঁলোকে ১৫০০০ টকাৰ বিনিময়ত দিল্লীলৈ অসমৰ পৰা ছোৱালী চালান দিয়ে বুলি প্ৰকাশ কৰে।

উদ্ধাৰ হোৱা কিশোৰী কেইগৰাকী টেঙাপানি আৰু তিনিচুকীয়া জিলাৰ বাসিন্দা হোৱাৰ লগতে মানৱ সৰবৰাহকাৰী কেইগৰাকী শিৱসাগৰ আৰু তিনিচুকীয়া জিলাৰ বাসিন্দা বুলি ৰে’ল আৰক্ষীয়ে প্ৰকাশ কৰিছে।

পৰৱৰ্তী সময়ত মানৱ সৰবৰাহকাৰী কেইগৰাকীক আৰক্ষীৰ হাতত গটাই দিয়া হয়।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’ল আৰক্ষী বাহিনীয়ে ২০১৮ চনৰ পৰা বৰ্তমানলৈ প্ৰায় ৬৬৯ গৰাকী কিশোৰ আৰু কিশোৰীক মানৱ সৰবৰাহকাৰী চক্ৰৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

আনহাতে, উদ্ধাৰ কৰা শিশু তথা কিশোৰ সকলৰ সাধাৰণতে তেওঁলোকৰ পৰিয়ালৰ হাতত অথবা এন জি অ’ৰ হাতত গতাই দিয়া হয়।

ৰে’ল আৰক্ষীৰ বিভিন্ন গোটে এনে ধৰণৰ অপৰাধমূলক ঘটনা ৰোধ কৰাৰ বাবে ৰে’ল ষ্টেচনত নিয়মীয়া তালাচী চলাই আহিছে।

উল্লেখযোগ্য যে, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত দেশৰ বিভিন্ন স্থানলৈ মানৱ সৰবৰাহকাৰী চক্ৰ অতি সক্ৰিয় হৈ থকাৰ খবৰ লাভ কৰা গৈছে।

Recent News

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd