• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৫ মে’ৰ পৰা খানাপাৰাত উত্তৰ-পূব মুকলি ‘স্প’ৰ্ট ক্লাইম্বিং’ প্ৰতিযোগিতা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2019 6:55 pm
933
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ পৰ্বতাৰোহণ ফাউণ্ডেশ্যনৰ সহযোগত ইণ্ডিয়ান ইনষ্টিটিউট অব এণ্ট্ৰিপ্ৰিন’ৰশ্বিপ, অসম স্প’ৰ্ট ক্লাইম্বিং এছ’চিয়েচন আৰু অসম পৰ্বতাৰোহণ সংস্থাৰ যৌথ উদ্যোগত বিগত বছৰৰ দৰে এইবছৰো অহা ২৫-২৬ মে’ত খানাপাৰাত উত্তৰ-পূব মুকলি ‘স্প’ৰ্ট ক্লাইম্বিং’ প্ৰতিযোগিতা আয়োজন কৰিছে। আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰে আয়োজক মণ্ডলীয়ে ৷

ভাৰতৰ পৰ্বতাৰোহণ ফাউণ্ডেশ্যনে উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যৰ উপৰি ছিকিমক সামৰি এই প্ৰতিযোগিতাক ‘মাণ্ডলিক প্ৰতিযোগিতা’ হিচাপে ঘোষণা কৰিছে।

উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যৰ প্ৰতিযোগীয়ে অংশ লোৱাৰ লগতে, পুৰুষ-মহিলা উভয় শাখাতে চাব-জুনিয়ৰ, জুনিয়ৰ আৰু চিনিয়ৰ শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পৰ্বতাৰোহণ আৰু ‘স্প’ৰ্ট ক্লাইম্বিঙ’ক জনপ্ৰিয় কৰি তোলা প্ৰয়াত বিমল চন্দ্ৰ গোস্বামীৰ স্মৃতিত যোৱা বছৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে।

Recent News

দেশত অন্ত পৰিব নে বৰ্ণ বৈষম্য! তিৰুপতিৰ কলেজত দলিত ছাত্ৰৰ ওপৰত নৃশংস নিৰ্যাতন

দেশত অন্ত পৰিব নে বৰ্ণ বৈষম্য! তিৰুপতিৰ কলেজত দলিত ছাত্ৰৰ ওপৰত নৃশংস নিৰ্যাতন

সম্ভল জামা মছজিদৰ জৰীপ গোচৰ : মুছলমান পক্ষৰ পুনৰীক্ষণ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

সম্ভল জামা মছজিদৰ জৰীপ গোচৰ : মুছলমান পক্ষৰ পুনৰীক্ষণ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

এছ বি আইৰ ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ পুনৰ হ্ৰাস: এতিয়া সৰ্বোচ্চ হাৰ ৬.৭০%

এছ বি আইৰ ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ পুনৰ হ্ৰাস: এতিয়া সৰ্বোচ্চ হাৰ ৬.৭০%

পেলেষ্টাইনীসকলক খান ইউনিছ খালী কৰিবলৈ নিৰ্দেশ ইজৰাইলৰ সেনাৰ

পেলেষ্টাইনীসকলক খান ইউনিছ খালী কৰিবলৈ নিৰ্দেশ ইজৰাইলৰ সেনাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd