• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি ভোটগণনা; ভাগ্য নিৰ্ণয় হ’ব অসমৰ বহুকেইগৰাকী ৰথী-মহাৰথীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2019 6:48 am
lok-sabha-2019-candidates

প্ৰতিনিধিত্বমূলক ফটো। উৎস-ইণ্টাৰনেট

1.6k
VIEWS
Share on FacebookShare on Twitter

বহু প্ৰতীক্ষিত লোকসভা নিৰ্বাচন-২০১৯ ৰ আজি ফলাফল নিৰ্ণয় হ’ব। ৰাতিপুৱা ৮ বজাৰ পৰা দেশৰ বিভিন্ন স্থানত থকা ভোটগণনা কেন্দ্ৰসমূহত দেশৰ মুঠ ৫৪৩ খন লোকসভা আসনৰ বাবে ভোটগণনা আৰম্ভ হ’ব।

দেশৰ লগতে অসমৰো ১৪ টা গুৰুত্বপূৰ্ণ লোকসভা সমষ্টিৰ বাবে ভোটগণনা আৰম্ভ হৈছে। অসমৰ চৈধ্যটা লোকসভা সমষ্টিত এইবাৰ বিজেপি, কংগ্ৰেছ, অগপ, বি পি এফ, এ আই য়ু ডি এফ আৰু বহুকেইগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ ৰাজনৈতিক ভবিষ্যত নিৰ্ণয় কৰিব।

লোকসভা নিৰ্বাচনত অসমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কেইগৰাকীমান হাইপ্ৰফাইল নেতা হ’ল কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ (নগাঁও), গৌৰৱ গগৈ (কলিয়াবৰ) সুস্মিতা দেৱ বৰ্মন (শিলচৰ), পৱন সিং ঘটোৱাৰ (ডিব্ৰুগড়), এম জি কে ভানু (তেজপুৰ)।

আনহাতে, বিজেপিৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কেইগৰাকীমান হাইপ্ৰফাইল নেতা হ’ল ক্ৰমে পল্লৱ লোচন দাস (তেজপুৰ), ৰামেশ্বৰ তেলী (ডিব্ৰুগড়), তপন গগৈ (যোৰহাট)।

অগপৰ কুমাৰ দীপক দাস আৰু এ আই য়ু ডি এফৰ বদৰুদ্দিন আজমল, বি পি এফৰ প্ৰমীল ৰাণী ব্ৰহ্মৰ ৰাজনৈতিক ভাগ্যও আজিৰ ভোটগণনাত নিৰ্ণয় হ’ব।

চলিত লোকসভা নিৰ্বাচনত সংসদীয় ৰাজনীতিত প্ৰবেশ কৰা কেইবাখনো নতুন মুখ ক্ৰমে বিজেপিৰ কুইন ওজা, ৰূপক শৰ্মা, পল্লৱ লোচন দাস, কংগ্ৰেছৰ ববিতা শৰ্মা, এম জি কে ভানু, অগপৰ মনি মাধৱ মহন্তৰ ভাগ্যও আজি ই ভি এমৰ ভোট গণনাত নিৰ্ণয় হ’ব।

ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠিত হ’বলগা ভোট গণনাৰ বাবে প্ৰতিখন জিলাপ্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে যাতে শান্তি-শৃংখলা বিঘ্নিত হ’ব পৰা কোনোধৰণৰ ঘটনা সংঘটিত নহয়।

Recent News

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd