• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্বিলঙৰ মেঘালয় পৰিবহণ নিগমৰ সংলগ্ন গৃহত ভয়ংকৰ অগ্নিকাণ্ড : অসমৰো লোক আহত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 9, 2019 1:23 pm
shillong-fire-1140x570

প্ৰকাশৰ বাবে পোৱা ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে কাহিলী পুৱা ৩বজাত মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ মেঘালয় পৰিবহণ নিগমৰ ভৱনৰ সৈতে সংলগ্ন গৃহৰ প্ৰথম মহলাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

শ্বৰ্ট ছাৰ্কিটৰ ফলত প্ৰথম মহলাত সূত্ৰপাত ঘটা অগ্নিকাণ্ডৰ ধোৱাই স্বস্তিক হোটেলৰ গৃহৰ দ্বিতীয় আৰু তৃতীয় মহলা ধোঁৱাই ছানি ধৰাৰ লগে লগেই হোটেলত থকা আৱাসীসকলৰ মাজত হুৱাদুৱা লাগে। ইয়াৰে কিছুমানে প্ৰথম আৰু দ্বিতীয় মহলাৰ পৰা তললৈ জপিয়াই দিয়ে।

Apply Now

এই অগ্নিকাণ্ডৰ ঘটনাত আহত মহিলাকে ধৰি ১১ গৰাকী লোকক শ্বিলঙ অসামৰিক হাস্পাতলত ভৰ্তি কৰা হয়।

shillong-fire-1-750x1000
প্ৰকাশৰ বাবে পোৱা ফটো।

আহত ৰ তালিকাত থকাসকলৰ মাজত আছে :

পূজা দাস, বয়স প্ৰায় ২৭ বছৰ আৰু অসমৰ ওদালগুৰিৰ এগৰাকী বাসিন্দা দীপু দাসৰ কন্যা;

নাৰায়ন সাহা, বয়স প্ৰায় ৬৫ বছৰ আৰু ত্ৰিপুৰাৰ আগৰতলাৰ এগৰাকী বাসিন্দা প্ৰয়াত ডি সাহাৰ পুত্ৰ;

ৰত্না সাহা, বয়স প্ৰায় ৪০ বছৰ আৰু ত্ৰিপুৰাৰ উত্তৰ বধাৰঘাটৰ এগৰাকী বাসিন্দা মধুসূদন সাহাৰ পত্নী;

পাৰমিতা সাহা, বয়স প্ৰায় ২০ বছৰ আৰু ত্ৰিপুৰাৰ উত্তৰ বধাৰঘাটৰ আন এগৰাকী বাসিন্দা মধুসূদন সাহাৰ কন্যা;

অৰ্ঘ্যজিত সাহা, বয়স প্ৰায় ১৩ বছৰ আৰু ত্ৰিপুৰাৰ উত্তৰ বধাৰঘাটৰ এগৰাকী বাসিন্দা মধুসূদন সাহাৰ পুত্ৰ;

মুকুট চৌধুৰী, বয়স প্ৰায় ৪৮ বছৰ আৰু অসমৰ কামৰূপৰ এগৰাকী বাসিন্দা প্ৰয়াত মাহমুদ চৌধুৰীৰ পুত্ৰ;

কনিষ্ক ছেম, বয়স প্ৰকায় ২০ বছৰ আৰু কলকাতাৰ ৪৯৮ দমদম পাৰ্কৰ এগৰাকী বাসিন্দা  কৌশিক ছেমৰ পুত্ৰ;

মধুসূদন সাহা, বয়স প্ৰায় ৪৮ বছৰ আৰু ত্ৰিপুৰাৰ উত্তৰ বধাৰঘাটৰ এগৰাকী বাসিন্দা প্ৰয়াত সুনীল চন্দ্ৰ সাহাৰ পুত্ৰ;

নীলাক্ষ্য পাল, বয়স প্ৰায় ১০ বছৰ আৰু ত্ৰিপুৰাৰ গোমুটিৰ উদইপুৰৰ চানমানৰ এগৰাকী বাসিন্দা দুলাল চন্দ্ৰ পালৰ পুত্ৰ;

দুলাল চন্দ্ৰ পাল, বয়স প্ৰায় ৪২ বছৰ আৰু ত্ৰিপুৰাৰ গোমুটিৰ উদইপুৰৰ চানমানৰ এগৰাকী বাসিন্দা ৰবীন্দ্ৰ চন্দ্ৰ পালৰ পুত্ৰ;

আৰু উমা ৰাই সাহা পাল, বয়স প্ৰায় ৩০ বছৰ আৰু ত্ৰিপুৰাৰ গোমুটিৰ উদইপুৰৰ চানমানৰ এগৰাকী বাসিন্দা দুলাল চন্দ্ৰ পালৰ পত্নী।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd