• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০ জুনত যান-বাহন চলাচলৰ বাবে মুকলি কৰি দিয়া হ’ব পুৰণি শৰাইঘাটৰ দলং

এন ই নাও নিউজ by এন ই নাও নিউজ
June 11, 2019 6:24 pm
Saraighat Bridge

পুৰণি শৰাইঘাট দলঙত মেৰামতিৰ কাম চলি থকা অৱস্থাত। ফাইল ফটো

1.2k
VIEWS
Share on FacebookShare on Twitter

মেৰামতিৰ বাবে বৰ্তমান বন্ধ হৈ থকা পুৰণি শৰাইঘাটৰ দলংখন যান-বাহন চলাচলৰ বাবে অহা ২০ জুনত পুনৰ মুকলি কৰি দিয়া হ’ব বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্য্যই উল্লেখ কৰে।

উল্লেখযোগ্য যে, বিগত ২৩ মাৰ্চৰ পৰা মেৰামতিৰ বাবে শৰাইঘাটৰ পুৰণি দলংখনত যান-বাহনৰ চলাচল সাময়িকভাবে বন্ধ কৰি ৰখা হৈছিল।

পুৰণি দলংখন বন্ধ থকাৰ সময়ত নতুন শৰাইঘাটৰ দলঙখনেৰে যান-বাহনসমূহ অহা-যোৱা কৰিবলগা হোৱাৰ ফলত প্ৰায়ে যান-জঁটৰ সৃষ্টি হৈছিল।

অসম চৰকাৰে তিনিমাহৰ সময় সী্মা নিৰ্ধাৰণ কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেক দলঙখন মেৰামতি কৰাৰ দায়িত্বভাৰ অৰ্পন কৰিছিল। এই সময়ছোৱাৰ ভিতৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজে গৈ দলঙখনৰ মেৰামতিৰ কাম পৰ্য্যবেক্ষণ কৰিছিল।

আনহাতে, উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্য্যই দলংখনৰ মেৰামতিৰ অগ্ৰগতি সম্বন্ধে সংবাদ মাধ্যমৰ আগত দলংখন মেৰামতিৰ কাম প্ৰায় শেষ পৰ্য্যায়ত উপনীত হৈছে বুলি মন্তব্য কৰে।

তেওঁ জৰাজীৰ্ণ হৈ থকা দলংখনৰ অংশবোৰৰ সকলো পুৰণি ৰড বদলি কৰি নতুন ৰড স্থাপন কৰাৰ পাছত চিমেণ্টৰ কাম সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰি চিমেণ্টৰ ওপৰত বিটুমিনৰ প্ৰলেপ দি দুদিনমান ৰৈ দিলেই ২০ তাৰিখৰ পৰা দলংখনৰ ওপৰেৰে যান-বাহন চলাচল কৰিব পৰা হ’ব বুলি কয়।

উত্তৰ-পূব সীমান্ত ৰে’লৱে পুৰণি শৰাইঘাটৰ দলংখন মেৰামতি কৰাৰ অগত যান-বাহন চলাচলৰ বাবে অতি বিপদ সংকুল পৰ্য্যায়ত আছিল।

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd