• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াড ২০১৯ ত অংশ ল’ব দৰঙৰ ৰোহি চালমা আজিজে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 14, 2019 8:02 am
Rohi Salma Aziz

ৰোহি চালমা আজিজ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৮ জুনৰ পৰা ২০ জুনলৈ নতুন দিল্লীত অনুস্থিত হ’ব লগীয়া ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াড ২০১৯ত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিব দৰঙৰ দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী ৰোহি চালমা আজিজে ৷ প্ৰতিযোগিতাখনত ৰোহি চালমা আজিজে অংশ ল’ব ছোৱালীৰ ১৪ ৰ পৰা ১৬ বছৰ শাখাত।

ৰাজ্যিক যোগ অলিম্পিয়াডত ২০১৯ ত ভাগ লৈ ক্ৰমে জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক আৰু গুৱাহাটী কলাক্ষেত্ৰত অনুস্থিত ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হোৱাত দৰঙৰ লগতে দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়াল উৎফুল্লিত হৈ পৰিছে ৷

Apply Now

৫ম শ্ৰেণীত পঢ়ি থকা সময়ৰ পৰা নিয়মিত যোগ অভ্যাস চৰ্চা কৰি বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি অহা ৰোহি চলমা আজিজ এগৰাকী মেধা ছাত্ৰী হোৱাৰ উপৰি আছে বিভিন্ন কৃষ্টিৰ ওপৰত দখল ৷ বিশেষকৈ সত্ৰীয়া নৃত্য, বিহুনৃত্য, আধুনীক নৃত্য আৰু বিভিন্ন গীত গাই প্ৰসংশা বুটলিব সক্ষম হৈছিল ৷

দেওমৰনৈ কুমাৰপাৰা গাঁওৰ আইজুদ্দিন আহমেদ আৰু মিজুৱাৰা বেগমৰ কন্যা ৰোহি চালমা আজিজে মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰমেশ গোস্বামীৰ বিশেষ তৎপৰতা আৰু পৰ্যায় ক্ৰমে উমেশ শৰ্মা, অজিত ঘোষ, পূৰ্ণ শৰ্মা, পৱন শৰ্মাৰ ওচৰত অনুশীলন কৰিছিল ৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd