• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুৱা অহা এজাক বৰষুণতে বুৰ গ’ল মহানগৰীৰ বিভিন্ন বাট-পথ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 14, 2019 11:32 am
Artificial Flood

ফটো : নৰ্থ-ইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি পুৱা অহা এজাক বৰষুণত পুনৰ কৃত্ৰিম বানত বুৰ গ’ল গুৱাহাটী মহানগৰ। মহানগৰীৰ যোৰাবাট, খানাপাৰা, মথুৰানগৰ, গণেশগুৰি-লালগণেশ সংযোগী পথ, খ্ৰিষ্টানবস্তি, এ বি চি, অনিলনগৰ, নবিননগৰ ইত্যাদি অঞ্চলত পুৱাৰ এজাক বৰষুণতে বুৰ যায়।

স্মাৰ্ট চিটী হিচাপে গুৱাহাটী মহানগৰক গঢ় দিবলৈ প্ৰয়াস কৰা পৰিৱৰ্তনকামী চৰকাৰে কৃত্ৰিম বানপানীক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছিল যদিও এইক্ষেত্ৰত কোনো পৰিৱৰ্তন আনিব পৰা নাই বিজেপি চৰকাৰে। যাৰ বাবে এতিয়া ক্ষুভিত হৈ পৰিছে মহানগৰবাসী।

Apply Now

বহুবছৰ ধৰি কৃত্ৰিম বানৰ কবলত ভুগি অহা মহানগৰৰ অনিলনগৰ নিবাসী প্ৰশান্ত বৰ্মনে ক্ষোভ প্ৰকাশ কৰি নৰ্থ-ইষ্ট নাওৰ আগত কয় “মাত্ৰ ৪৫ মিনিটৰ বৰষুণতে ফুটপাথৰ ওপৰলৈকে পানী উঠিছে। এয়াই আছিল নেকি পৰিৱৰ্তন?”

আনহাতে,পথৰ কাষত থকা নলা-নৰ্দামা সমূহ চাফা নকৰা বুলি গুৱাহাটী পৌৰ নিগমৰ ওপৰত অভিযোগ আনি ইয়াৰ বাবেই কৃত্ৰিম বানপানীৰ সমস্যা দেখা গ’ল বুলি আন এগৰাকী লোকে মন্তব্য কৰে।

ইপিনে, খানাপাৰাৰ পৰা নমাইললৈকে ভিন্ন ঠাইত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কৃত্ৰিম বানপানী হোৱাৰ ফলত এই পথেদি চলাচল কৰা যান-বাহন সমূহৰ চালকৰ লগতে যাত্ৰী সকলো কিছু সময়ৰ বাবে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয়।

বৰষুণ দিয়াৰ ফলত জাৱৰ ভৰ্তি নলা সমূহেৰে পানী সৰকি যাব নোৱাৰাৰ বাবে ঘাই পথৰ ওপৰতে এনেদৰে কৃত্ৰিম বানপানীৰ সৃষ্টি হয়।

অৱশ্যে, মহানগৰীত বাৰিষাৰ দিনকেইটাত কৃত্ৰিম বানপানী কোনো নতুন সমস্যা নহয়। বছৰ বছৰ ধৰি মহানগৰবাসীয়ে কৃত্ৰিম বানপানীত জীয়াতু ভুগিবলগীয়া হৈ আহিছে যদিও এই পৰ্যন্ত কোনো এখন চৰকাৰে ইয়াৰ স্থায়ী সমাধান সম্ভৱ কৰিব পৰা নাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

June 16, 2026 8:19 pm
পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

June 16, 2026 8:19 pm
পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd