• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত কিছু ভুল থকিব পাৰে : ৰাজ্যপাল জগদীশ মুখী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 15, 2019 10:15 am
Jagdish Mukhi meet Amit Sah

অমিত শ্বাহক সাক্ষাৎ জগদীশ মুখীৰ

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে শুকুৰাবাৰে ৰাজ্যত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত কিছু ভুল-ক্ৰুটি থাকি যাব পাৰে বুলি মত প্ৰকাশ কৰে।

‘‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটো যিহেতু এটা বৃহৎ আৰু জটিল কাম সেয়েহে ইয়াত কিছু ভুল-ক্ৰুটি থাকিব পাৰে, কিন্তু ইয়াৰ অন্তৰালত কোনোধৰণৰ বেয়া উদ্দেশ্য জড়িত হৈ থকা নাই’’। শুকুৰবাৰে নতুন দিল্লীৰ নৰ্থ-ব্লকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত এনেদৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যপাল গৰাকীয়ে।

Apply Now

Shri Jagdish Mukhi, the Governor of Assam met Union Home Minister. pic.twitter.com/Cbs7UMc39z

— गृहमंत्री कार्यालय, HMO India (@HMOIndia) June 14, 2019

অৱসৰপ্ৰাপ্ত সেনাবাহিনীৰ বিষয়া সোণাউল্লাহক বিদেশী বুলি ঘোষণা কৰাৰ প্ৰসংগকলৈ ৰাজ্যপাল মুখীয়ে সেয়া তেওঁৰ ভূলৰ বাবে হোৱা বুলি কয়।

‘‘তেওঁ বেলেগ বেলেগ কাৰণত বেলেগ বেলেগ তথ্য দাখিল কৰিছে। কিন্তু বৰ্তমানৰ ডিজিটেল বিশ্বত সকলোবোৰ সঠিক হোৱাতো দৰকাৰী আৰু সকলোবোৰ নথি-পত্ৰৰ মাজত মিল থকাটো বাঞ্চনীয়’’ চৰকাৰৰ তৰফৰ পৰা এইক্ষেত্ৰত কোনোধৰণৰ ভুল হোৱা নাই বুলি দাবী কৰি মুখীয়ে  এনেদৰে কয়।

ৰাজ্যপালগৰাকীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ শ্বাহৰ আগত বৰ্তমানৰ অসমৰ ৰাজ্য চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ উদাহৰণ হৈ দেখুৱাইছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

বৰ্তমানৰ অসমৰ চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি প্ৰদৰ্শন কৰি ৰাজ্যৰ প্ৰশাসনীয় বিভাগৰ বহু বিষয়াক আদালতৰ মজিয়ালৈ আনিছে বুলিও ৰাজ্যপাল জগদীশ মুখীয়ে মত প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ‘ম’ক পাৰ্লিয়ামেণ্ট’, ‘অধ্যক্ষ’ মীৰা কুমাৰ, নাই চৰকাৰী পক্ষ! প্ৰতীকী সংসদত জ্ঞানেশ কুমাৰক তুলাধূনা বিৰোধীৰ

দিল্লীত ‘ম’ক পাৰ্লিয়ামেণ্ট’, ‘অধ্যক্ষ’ মীৰা কুমাৰ, নাই চৰকাৰী পক্ষ! প্ৰতীকী সংসদত জ্ঞানেশ কুমাৰক তুলাধূনা বিৰোধীৰ

November 1, 2026 8:01 am
ডিজিটেল চেঞ্চৰশ্বিপৰ নগ্ন ৰূপ: এটা গোচৰৰ অচিলাৰে মচি পেলোৱা হ’ল জ্যেষ্ঠ সাংবাদিকৰ জীৱনজোৰা কৰ্মৰাজি

ডিজিটেল চেঞ্চৰশ্বিপৰ নগ্ন ৰূপ: এটা গোচৰৰ অচিলাৰে মচি পেলোৱা হ’ল জ্যেষ্ঠ সাংবাদিকৰ জীৱনজোৰা কৰ্মৰাজি

October 31, 2026 9:20 pm
দিশপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায় উত্তৰ-পূৱ আন্তঃমহাবিদ্যালয় কুইজ প্ৰতিযোগিতা!

দিশপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায় উত্তৰ-পূৱ আন্তঃমহাবিদ্যালয় কুইজ প্ৰতিযোগিতা!

October 31, 2026 8:25 pm
ই-কমাৰ্চৰ যুগত কিয় ব্যৰ্থ অনলাইন শাক-পাচলিৰ বজাৰ? অনলাইন ক্ৰয় সন্দৰ্ভত এছবিআইৰ নতুন প্ৰতিবেদন প্ৰকাশ

ই-কমাৰ্চৰ যুগত কিয় ব্যৰ্থ অনলাইন শাক-পাচলিৰ বজাৰ? অনলাইন ক্ৰয় সন্দৰ্ভত এছবিআইৰ নতুন প্ৰতিবেদন প্ৰকাশ

October 31, 2026 6:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ‘ম’ক পাৰ্লিয়ামেণ্ট’, ‘অধ্যক্ষ’ মীৰা কুমাৰ, নাই চৰকাৰী পক্ষ! প্ৰতীকী সংসদত জ্ঞানেশ কুমাৰক তুলাধূনা বিৰোধীৰ

দিল্লীত ‘ম’ক পাৰ্লিয়ামেণ্ট’, ‘অধ্যক্ষ’ মীৰা কুমাৰ, নাই চৰকাৰী পক্ষ! প্ৰতীকী সংসদত জ্ঞানেশ কুমাৰক তুলাধূনা বিৰোধীৰ

November 1, 2026 8:01 am
ডিজিটেল চেঞ্চৰশ্বিপৰ নগ্ন ৰূপ: এটা গোচৰৰ অচিলাৰে মচি পেলোৱা হ’ল জ্যেষ্ঠ সাংবাদিকৰ জীৱনজোৰা কৰ্মৰাজি

ডিজিটেল চেঞ্চৰশ্বিপৰ নগ্ন ৰূপ: এটা গোচৰৰ অচিলাৰে মচি পেলোৱা হ’ল জ্যেষ্ঠ সাংবাদিকৰ জীৱনজোৰা কৰ্মৰাজি

October 31, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd