• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লামডিঙত প্ৰাইজমানি হাফ মাৰাথনৰ আয়োজন

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
June 19, 2019 5:41 pm
mini-marathon-arunachal-570x320

প্ৰতিনিধিত্বমূলক ছবি। ফাইল ফটো

420
VIEWS
Share on FacebookShare on Twitter

ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম বাৰ্ষিকী উপলক্ষে লামডিং ক্ৰীড়া সংস্থাই অহা ৬ জুলাইত নগৰখনত ‘ৰান ফৰ য়ুনিটি’ শীৰ্ষক প্ৰাইজমানি হাফ মাৰাথন দৌৰ আৰু একতা যাত্ৰা আয়োজন কৰিব। পুৰুষ আৰু মহিলা উভয় শাখাতে উক্ত দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

মঙলবাৰে লামডিং ক্ৰীড়া সংস্থাৰ সাধাৰণ সম্পাদক সুদিপ কুমাৰ দাসে এক প্ৰেছ বাৰ্তা যোগে এই কথা সদৰী কৰি উক্ত দিনা পুৱা ৫:৩০ বজাত লামডিং অসামৰিক হস্তপিতালৰ সমীপতস্থিত শ্যামা প্ৰসাদ মুখাৰ্জীৰ আৱক্ষ মূৰ্তিৰ পৰা মাৰাথন দৌৰ আৰম্ভ হ’ব বুলি জনায়।

১৫ কিঃমিঃ দূৰত্ব সামৰিব লগীয়া উক্ত মাৰাথনৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীক ক্ৰমে ৭,০০০, ৫,০০০ আৰু ৩,০০০ টকাৰ নগদ ধনৰ পুৰস্কাৰ আগবঢ়োৱা হ’ব। ইয়াৰ উপৰি আন ৫ গৰাকী অংশগ্ৰহণকাৰীক প্ৰদান কৰা হ’ব নিচুকনি পুৰস্কাৰ।

আনহাতে বাহিৰৰ পৰা অহা অংশগ্ৰহণকাৰীক ৫ জুলাইৰ আৱেলিৰ পৰা ৬ জুলাইৰ দুপৰীয়া আহাৰ গ্ৰহণলৈকে থকা আৰু খোৱাৰ সুবিধা প্ৰদান কৰা হ’ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

আগ্ৰহীসকলক অহা ২ জুলাইৰ ভিতৰত নিজৰ নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হৈছে। এই বিষয়ত আৰু অধিক জানিবলৈ হ’লে লামডিং ক্ৰীড়া সংস্থাৰ সাধাৰণ সম্পাদকক ৯৬৭৮৪৭৭৩৭২ আৰু ৬০০২৩৮১১৬০ নম্বৰত ফ’ন কৰিব পাৰে।

Recent News

বিয়াৰ মণ্ডপত উঠিবলৈ লওতেই থৰক-বৰক খোজ মাতাল দৰাৰ! বিয়া ভাঙি থানা পালেগৈ কইনা

বিয়াৰ মণ্ডপত উঠিবলৈ লওতেই থৰক-বৰক খোজ মাতাল দৰাৰ! বিয়া ভাঙি থানা পালেগৈ কইনা

ডাইনীৰ নামত হত্যাৰ অপৰাধত ২৩ জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে চৰাইদেউ আদালতে

ডাইনীৰ নামত হত্যাৰ অপৰাধত ২৩ জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে চৰাইদেউ আদালতে

যুদ্ধবিৰতিক লৈ শীঘ্ৰে আলোচনা আৰম্ভ কৰিব ৰাছিয়া-ইউক্ৰেইনে; পুটিনক ফোনৰ পিছতে দাবী ট্ৰাম্পৰ

যুদ্ধবিৰতিক লৈ শীঘ্ৰে আলোচনা আৰম্ভ কৰিব ৰাছিয়া-ইউক্ৰেইনে; পুটিনক ফোনৰ পিছতে দাবী ট্ৰাম্পৰ

প্ৰষ্টেটৰ সমস্যাই বৃদ্ধি কৰিব পাৰে নেকি কেন্সাৰৰ সম্ভাৱনা? বিশেষজ্ঞই কি কয় জানো আহক –

প্ৰষ্টেটৰ সমস্যাই বৃদ্ধি কৰিব পাৰে নেকি কেন্সাৰৰ সম্ভাৱনা? বিশেষজ্ঞই কি কয় জানো আহক –

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd