• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত ৰাভা দিৱস পালন : সাংবাদিক জয়জ্যোতি গগৈক প্ৰদান কৰা হ’ল ‘সংবাদ মধুকৰ বঁটা’

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 20, 2019 9:12 pm
Rabha Diwas

ফটো : নৰ্থ-ইষ্ট নাও

1.4k
VIEWS
Share on FacebookShare on Twitter

আজি সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰৰো বিভিন্ন স্থানত ৰাভা দিৱস পালন কৰা হয়। শিৱসাগৰ জিলা সাংস্কৃতিক মহাসভা আৰু চতুৰ্দশ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস উদযাপন সমিতিৰ উদ্যোগত আজি শিৱসাগৰ জিলা পুথিভঁড়াল চৌহদত ৰাভা দিৱস পালন কৰা হয়।

বিষ্ণুজ্যোতি সাংস্কৃতিত সমন্বয় ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কেন্দ্ৰীয় ৰাভা দিৱসৰ পতাকা উত্তোলন, বৃক্ষ ৰোপন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে ৰাভা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

ত্ৰৈলোক্য দত্ত আৰু দীপা কলিতাই আঁত ধৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণন, পৌৰনেত্ৰী মৃদুস্মিতা সিনহা, অসম সাংস্কৃতিত মহাসভাৰ সম্পাদক থানেশ্বৰ নেওগ। অনুষ্ঠানত হেম দত্ত, অসীমা বৰা, অলকা শইকীয়া, গীতাৱলী হাজৰিকা, গীতাঞ্জলী বৰদলৈ, অনামিকা কলিতা অৰু অনুষ্কা তৰংগিনীয়ে ৰাভা সংগীত পৰিবেশন কৰে।

উক্ত অনুষ্ঠানতেই শিৱসাগৰৰ সাংবাদিক জয়জ্যোতি গগৈক ‘সংবাদ মধুকৰ বঁটা’ প্ৰদান কৰাৰ লগতে বিশিষ্ট লেখক পাৰ্থ প্ৰদীপ বৰাক ‘সাহিত্য সৌৰভ বঁটা’ প্ৰদান কৰা হয়।

Rabha Diwas
ফটো : নৰ্থ-ইষ্ট নাও

ইফালে জুবিন ফেন ক্লাৱ শিৱসাগৰ জিলা সমিতিয়ে ব্যতিক্ৰমী ভাৱে অনুষ্ঠিত কৰে ৰাভা দিৱস। ৰেন ক্লাৱে জয়সাগৰস্থিত আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত থকা শিশুসকলৰ মাজত ৰাভা দিৱস উদযাপন কৰে।

অনুষ্ঠানৰ অৰম্ভনিতে বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পনৰ লগতে গছপুলি ৰোপন কৰা হয়। ইয়াৰ পাছতেই শিশুসকলক খোৱা বস্তু বিতৰণ কৰাৰ লগতে আৱাসিক কেন্দ্ৰৰ শিশুসকলে ৰাভা সংগীত পৰিৱেশন কৰে।

অনুষ্ঠানত জুবিন ফেন ক্লাৱৰ সদস্যসকলৰ লগতে ইন্দুমনী দাস, ৰশ্মিৰেখা তামুলী শেৱালী বৰগোহাঁইৰ লগতে বহুটো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd