• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহা অম্বুবাচী মেলাৰ শুভাৰম্ভণি : মুখ্য মন্ত্ৰী সোণোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে কৰিলে উদ্বোধন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 21, 2019 8:16 pm
CM inaugurate Ambubachi mela

মহা অম্বুবাচী মেলা উদ্বোধন কৰি ভাষণ দিয়াৰ মুহূৰ্তত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঢাক ঢোল বজাই মা কামাখ্যাৰ আৰতিৰে শুভাৰম্ভ হ’ল মহা অম্বুবাচী মেলাৰ। কাইলৈৰ পৰা অহা ২৬ জুনলৈকে অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মেলাৰ আজি ভৰলুস্থিত সোণাৰাম খেলপথাৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় স্বতন্ত্ৰ ৰাজ্যিক পৰ্যটন ও সাংস্কৃতিক মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে।

মহা অম্বুবাচী মেলাৰ উদ্বোধন কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয়, “বিশ্বৰ ৫২ খন শক্তিপীঠৰ ভিতৰত কামাখ্যা অন্যতম। অসম চৰকাৰে ২০১৬ চনৰ পৰা অম্বুবাচী মেলা সফলতাৰে উদযাপন কৰিবলৈ সক্ষম হৈছো। তাৰ আঁৰত আছে বৰাক ব্ৰহ্মপুত্ৰ সমন্বিতে ৰাইজৰ সহযোগিতা আৰু আশীৰ্বাদ।”

Apply Now

তদুপৰি, কামাখ্যাক এই অম্বুবাচী মেলাৰ জৰিয়তে পৰ্যটন ক্ষেত্ৰত বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিব লাগিব বুলি মন্তব্য কৰি তেওঁ লগতে কয়, “আমি সকলোৱে মিলি অম্বুবাচী মেলাক এক মহত্বপূৰ্ণ মেলা হিচাপে পৰিগণিত কৰিব লাগিব। দেশ বিদেশৰ পৰা বিভিন্নজনে টেলিফোন যোগে যোৱা তিনিবছৰে হৈ যোৱা অম্বুবাচী মেলাৰ প্ৰশংসা কৰিছে।”

এইবছৰো অহা ৪ দিনত সমূহ ৰাইজক সহযোগিতাৰে এই মেলা সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনায় সোণোৱালে।

তেওঁ লগতে কয়, “ৰাইজে নখ জোকাৰিলে নৈ বয়, অসম চৰকাৰৰ এই তিনিবছৰৰ সফলতাৰ বাবে বৰাক ব্ৰহ্মপুত্ৰ সমন্বিতে সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো।”

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী পেটেলেও মন্ত্ৰী হোৱাৰ পাছত এই শুভ ক্ষণত কামাখ্যা মন্দিৰলৈ প্ৰথমবাৰ আহিবলৈ পাই নিজকে সৌভাগ্য মানিছে বুলি কয়। তেওঁ কয়, “আমাৰ সংস্কৃতি, লোকসংস্কৃতি আমি নিজে জীয়াই ৰাখিব লাগিব। এই মেলা সফলভাবে ৰূপায়ণ হওঁক তাৰে কামনা কৰিলো।”

উক্ত উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰী, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ লগতে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গুৱাহাটীৰ সাংসদ কুইন ওজা, উপায়ুক্ত বিশ্বজিত পেগু, কামাখ্যাৰ দলৈ মোহিত চন্দ্ৰ শৰ্মা আৰু পবিন্দ্ৰ প্ৰসাদ শৰ্মাকে ধৰি অন্য বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

আজি নিশা ৮ বজাৰ পৰা আৰম্ভ হ’ব বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কৈলাশ খেৰৰ সংগীতানুষ্ঠান।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd