• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আপুনি মাৰুতিৰ উপভোক্তা নেকি? এতিয়া বিনামূল্যে লাভ কৰক চাৰ্ভিছৰ সুবিধা; ইয়াক কেনেকৈ লাভ কৰিব চাওঁক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 21, 2019 11:01 pm
maruti-service-masters-guindy-chennai-car-ac-repair-and-services-07qog

প্ৰতিনিধিত্বমূলক ফটো

864
VIEWS
Share on FacebookShare on Twitter

দেশখনৰ সৰ্ববৃহৎ গাড়ী নিৰ্মাতা মাৰুতি ছুজুকি ইণ্ডিয়াই ইয়াৰ গ্ৰাহকসকলৰ বাবে আগবঢ়াইছে এক বাম্পাৰ অ’ফাৰ। মাৰুতিৰ বৰ্ষাকালীন চাৰ্ভিছ কেম্প আৰম্ভ হৈছে। এই উপলক্ষে মাৰুতিৰ গ্ৰাহকসকলে লাভ কৰিব বিনামূলীয়া সেৱা।

আপুনি মাৰুতি অথৰাইজড্ চাৰ্ভিছ চেন্টাৰত এই সুযোগৰ সুবিধা গ্ৰহণ কৰিব পাৰে। ২০ জুনৰ পৰা আৰম্ভ হোৱা মাৰুতিৰ এই বিনামূলীয়া অ’ফাৰ অহা ২০ জুলাইলৈকে মুকলি থাকিব।

এই এমাহৰ বিশেষ অ’ফাৰটোৰ লগত স্বাস্থ্য পৰীক্ষাও বিনমূলীয়াকৈ আগবঢ়োৱা হ’ব।

দেশৰ বিভিন্ন ঠাইত থকা মাৰুতি ছুজুকি চাৰ্ভিছ ষ্টেশ্যনত এই সুবিধাসমূহ উপলব্ধ হ’ব। নেক্সা আৰু এৰেনাটো এই সুবিধাসমূহ লাভ কৰিব পাৰিব। এই অ’ফাৰ বৰ্ষাকালীন সময়ছোৱাত কাৰ মেৰামতিৰ পৰা উঠাই দিয়া দিয়া হৈছে। যোৱা বছৰৰ দৰে এই বছৰো সুবিধাসমূহ উপলব্ধ হ’ব।

কোম্পানীয়ে কৈছে যে বৰ্ষাকালীন কাৰসমূহৰ বাবে এই অ’ফাৰ কোনো সমস্যা নহয়। মাৰুতিয়ে যোৱা বছৰ বৰ্ষাকালত বিনামূলীয়া সেৱা আগবঢ়াইছিল।

আনহাতে, এই অ’ফাৰত মাৰুতিয়ে গ্ৰাহকসকলক সকলো পাৰ্টছ আৰু গাড়ীৰ সা-সৰঞ্জামত ৰেহাইৰ ব্যৱস্থা কৰিছে। ব্ৰেক, উইণ্ড স্ক্ৰীণ, ৱাইপাৰ ব্লেড, বেটাৰীতো ৰেহাইৰ সুবিধা আছে। টায়াৰ আৰু ইলেকট্ৰিকেল সম্পৰ্কিত আহিলাত চাৰ্জ লোৱা নহয়। ইয়াৰ বাবে গ্ৰাহকৰ পৰা কোনো অতিৰিক্ত চাৰ্জ লোৱা নহয়।

যদি এটা পাৰ্টছ বা ডেম’ৰ আন কোনো পাৰ্টছ সলনি কৰিবলগীয়া হয় তেতিয়াহ’লে গ্ৰাহকে ইয়াৰ বাবে চাৰ্জ ভৰিব লাগিব। কোম্পানীয়ে এইক্ষেত্ৰতো ৰেহাই আগবঢ়াব।

আপুনি যদি এগৰাকী মাৰুতিৰ গ্ৰাহক হয় তেতিয়াহ’লে আপুনি এই চাৰ্ভিছ কেম্পৰ সুবিধা গ্ৰহণ কৰিব পাৰে। তদুপৰি, আপোনাৰ গাড়ীখন কিমান পুৰণি সেই লৈ এই অ’ফাৰৰ কোনো সম্পৰ্ক নাই। যিকোনো চহৰৰ মাৰুতি চাৰ্ভিছ চেন্টাৰত গৈ আপুনি এই সুবিধা গ্ৰহণ কৰিব পাৰে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd