• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰীত আৰক্ষীৰ তৎপৰতাত বাল্য বিবাহৰ চেষ্টা বিফল

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
June 22, 2019 10:30 am
Child-marriage-648x375

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অধীনৰ জালেৰাগা গাঁৱত ধুবুৰী আৰক্ষীয়ে এগৰাকী কিশোৰীক বাল্য বিবাহত বহাৰ বাবে বাধ্য কৰোৱাৰ ঘটনা ব্যৰ্থ কৰে।

নিশা ধুবুৰী আৰক্ষী থানাৰ আৰক্ষী উপঅধীক্ষক ত্ৰিণয়ন ভূঞাৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে ঘটনাস্থলীত সময়মতে উপস্থিত হোৱা বাবে জলেৰগা গাঁৱত ১৬ বছৰীয়া ছোৱালীজনীক বাল্য বিবাহ হোৱাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Apply Now

ত্ৰিণয়ন ভূঞাই নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত হাফিজুৰ আলী নামৰ এগৰাকী লোকে তেওঁৰ কিশোৰী কন্যাগৰাকীৰ মুন্না শ্বেখ নামৰ এজন ১৮ বছৰীয়া যুৱকৰ লগত বিবাহৰ বাবে প্ৰস্তুতি চলাই আছিল আৰু আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলাই ঘটনাস্থলীৰ পৰা তিনিগৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে।

ভূঞাই দৰা মুন্না শ্বেইখকে ধৰি তিনিগৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছে যদিও ঘটনাস্থলীৰ পৰা কইনা আৰু তেওঁৰ পৰিয়ালৰ লোকসকল পলাই সাৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে। আটক হোৱা আন দুজন লোক ক্ৰমে ৰেউজুল ইছলাম আৰু ৰূপচান্দ আলী বুলি চিনাক্ত কৰা হৈছে।

বৃহস্পতিবাৰে কইনা আৰু দেউতাকে গৌৰীপুৰ আৰক্ষী থানাত উপস্থিত হয় আৰু পৰৱৰ্তী সময়ত কিশোৰী কইনাগৰাকীক জিলা শিশু কল্যাণ কমিতিৰ হাতত সিদ্ধান্ত গ্ৰহণৰ বাবে হস্তান্তৰ কৰা হয়।

আনহাতে, শুকুৰবাৰে দৰা আৰু কইনা দুয়োগৰাকীৰে পৰিয়ালৰ লোকে ধুবুৰী জিলা শিশু কল্যাণ কমিতিৰ ওচৰত কইনাৰ বয়স ১৮ বছৰ হোৱালৈকে বিবাহৰ বাবে অপেক্ষা কৰিব বুলি লিখিতভাৱে প্ৰতিশ্ৰুতি দিয়ে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে।

ত্ৰিণয়ন ভূঞাই আৰক্ষীয়ে এইক্ষেত্ৰত দৰা আৰু কইনা পক্ষই ছোৱালীৰ বয়স ১৮ বছৰ নোহোৱা পৰ্যন্ত বিবাহ অনুষ্ঠিত নকৰে বুলি মানি লোৱা বাবে কোনোধৰণৰ গোচৰ পঞ্জীয়ণ কৰা নাই বুলি উল্লেখ কৰে।

ধুবুৰী জিলাত বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ মাজত বাল্য বিবাহ অধিক প্ৰচলন হৈ থকা পৰিলক্ষিত হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ২০১৮ চনৰ জুলাইৰ পৰা বৰ্তমানলৈ ১৪ টা বাল্য বিবাহজনিত গোচৰ পঞ্জীয়ণ কৰা হৈছে।

মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd