• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আম আদমি পাৰ্টিৰ নেতা-কৰ্মীসহ অৰ্ধ শতাধিকৰ কংগ্ৰেছত যোগদান

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 23, 2019 9:28 pm
23-06-19 Guwahati- congress joining programme (3)

গুৱাহাটীৰ ৰাজীৱ ভৱনত আম আদমি পাৰ্টিৰ কংগ্ৰেছত যোগদান কাৰ্যসূচী। ফটো : য়ু বি

904
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশতেই বিপৰ্যয়ৰ সন্মুখীন হোৱা কংগ্ৰেছত যোগ দান কৰিবলৈ আগবাঢ়ি আহিল আম আদমি পাৰ্টিৰ অসমৰ কেইবাগৰাকীও নেতা-কৰ্মী। দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত দলটোত যোগ দিয়ে আপৰ ৰাজ্যিক সম্পাদক পৰাগ শৰ্মা আৰু কেইবাখনো জিলাৰ নেতা কৰ্মীয়ে।

সভাপতি ৰিপুন বৰা, উপসভাপতি তথা বিধায়ক ৰকিবুল হুছেইন, প্ৰাক্তন মুখ্য মন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে তেওঁলোকক দললৈ আদৰে।

কংগ্ৰেছত যোগ দিলেও আম আদমিৰ নীতি আদৰ্শৰ প্ৰতি ক্ষোভিত নহয় বুলি মন্তব্য কৰে পৰাগ শৰ্মাই। তেওঁ কয়, ‘আপ দলটো দিল্লী আৰু ওচৰ চুবুৰীয়া ৰাজ্যখনতেই সীমাবদ্ধ। তাৰ বাহিৰে দলটোৰ শীৰ্ষ নেতৃত্বই উত্তৰ-পূবক অৱহেলা কৰাত ক্ষোভিত হৈহে কংগ্ৰেছত যোগ দিবলৈ আহিছো। হয়তো আপৰ নেতৃত্বই আন ৰাজ্যসমুহত যিধৰণে গুৰুত্ব দিব লাগে সেইধৰণে গুৰুত্ব দিব পৰা নাই, সেয়া হয়তো ইচ্ছাকৃত নহবও পাৰে।‘’

‘’’অসমত এতিয়া কংগ্ৰেছ দলতকৈ উৎকৃষ্ট আন দল হ’ব নোৱাৰে’’ বুলি উল্লেখ কৰি পৰাগ শৰ্মাই তেওঁৰ লগত অহা সতীৰ্থসকলক দলটোৰ ঋণাত্মক দিশসমুহ বাদ দি ধনাত্মক দিশ সমুহেৰে কামত অগ্ৰসৰ হ’বলৈ আহ্বান জনায়।

এই যোগদান অনুষ্ঠানতেই গুৱাহাটীৰ সমাজকৰ্মী অজয় তালুকদাৰ আৰু দেশ-বিদেশত বিভিন্ন বহুজাতিক কোম্পানীত কাম কৰি পুনৰ অসমলৈ উভতি অহা সৌন্দৰ্য্য জ্যোতি হাজৰিকাইও কংগ্ৰেছত যোগ দিয়ে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ডাঃ ভূমিধৰ বৰ্মনে কয়,‘’কংগ্ৰেছৰ কেতিয়াও মৰণ নাই, মৰি মৰি জী উঠা বনৰ দৰে বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো কংগ্ৰেছ জীয়াই থাকিব।‘’

একেদৰে বিধায়ক ৰকিবুল হুছেইনেও কংগ্ৰেছলৈ বিভিন্ন সময়ত অহা বিপৰ্যয়ৰ কথা উল্লেখ কৰি এই বিপৰ্যয় ক্ষন্তেকীয়া বুলি মন্তব্য কৰে।

উল্লেখ্য যে, নিৰ্বাচনৰ ফলাফলত মুখ ঠেকেচা খোৱাৰ পাছত আজিৰ এই যোগদান কাৰ্য্যসূচী দলটোৰ বাবে তাৎপৰ্য্যপূৰ্ণ বিবেচিত হৈছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd