• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২১ লৈকে সৰ্বানন্দ সোণোৱালে বিয়া নপতাটোৱে ভাল : নাগা বাবাৰ সভাপতি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 23, 2019 10:38 pm
070a06c9-e00e-4e64-bad8-bf6ae405021b

নাগাবাবাৰ সভাপতি তথা মহা মন্দলেশ্বৰ স্বামী গণেশনন্দ গিৰিজি মহাৰাজ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’২০২১ লৈকে সৰ্বানন্দ সোণোৱালে বিয়া নপতাটোৱে ভাল। অসমৰ বাবে নায়ক সৰ্বানন্দ সোণোৱাল। সোণোৱালৰ বিয়া পতাৰ আৰু সময় আছে। তেওঁৰ ইমান বয়স হোৱা নাই। ২১’ৰ পাছত বিয়া পাতিলে বেয়া নহ’ব।‘’ নীলাচল ধামত মহা অম্বুবাচী মেলা চলি থকাৰ সময়তে অসমৰ মুখ্য মন্ত্ৰীক কেন্দ্ৰ কৰি এই মন্তব্য নাগাবাবাৰ সভাপতি তথা মহা মন্দলেশ্বৰ স্বামী গণেশনন্দ গিৰিজি মহাৰাজৰ।

ইফালে, সৰ্বানন্দ সোণোৱালে কিয় বিয়া পাতিব নালাগে তাৰো কাৰণ বাখ্যা কৰিলে গিৰিজি মহাৰাজে।

তেওঁ কয়, ‘‘তেওঁ বিয়া পাতিলে তেওঁৰ পত্নীৰ কথা চিন্তা কৰিব নে দেশৰ চিন্তা কৰিব? তাৰ পাছত ল’ৰা-ছোৱালী হ’ব, বেবীফুড বনাব লাগিব। বিয়া পাতিলেই তেওঁ ঘোচ খোৱা আৰম্ভ কৰিব লাগিব। সোণোৱালে কেতিয়াও চোৰ নকৰে। কাৰণ তেওঁ গৰীৱ ঘৰৰ ল’ৰা। গৰীৱৰ দুখ-দুৰ্দশা তেওঁ জানে। বিয়া পাতিলেই তেওঁৰ লগলৈ শিক্ষিত-ডাঙৰ ছোৱালী আহিব। ফেশ্যন কৰিব। তেতিয়া অসমত চৰকাৰ চলোৱাত দিগদাৰ হ’ব। এইটো যুক্তিসংগত কথা। বান্ধোনত সোমাই পৰিলে তেওঁ সংগ্ৰামী হ’ব নোৱাৰিব।‘‘

আনহাতে, ২০২১ ত সংবাদ মাধ্যমে নিৰপেক্ষ ভুমিকা পালন কৰিলে সৰ্বানন্দ সোণোৱাল পুনৰ মুখ্য মন্ত্ৰী হ’ব বুলি উল্লেখ কৰি লগতে কয়, ‘’তেওঁ আৰু পাঁচবছৰ মুখ্য মন্ত্ৰী হোৱাৰ পাছত তেওঁক কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দেখা পাব।‘’

ইপিনে, কালি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰাৰ সময়ত গিৰিজি মহাৰাজক সাক্ষাৎ কৰিছিল বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁ আৰু কয়, ‘’কালি তেওঁৰ ওচৰত এটা দাবী ৰাখিছো যে বিভিন্ন ঠাইৰ পৰা বাবাসকল আহিছে যদিও পায়খানা কৰিবলৈ বহুত অসুবিধা। তেওঁ নিৰ্মাণ কৰাৰ আশ্বাস দিছে।‘’

তদুপৰি, সৰ্বানন্দ সোণোৱালক সৰুৰে পৰা পাইছিল বুলি মন্তব্য কৰি তেওঁ কয়, ‘’তেওঁ মাজে সময়ে মোৰ ওচৰত আহি থাকে। সোণোৱাল বহুত সুন্দৰ ল’ৰা, কন্ঠটো বহু সুন্দৰ।‘’

আনহাতে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰক্ৰিয়াক লৈয়ো মন্তব্য কৰে মহাৰাজে। লগতে এআইয়ুডিএফ প্ৰধান বদৰুদ্দিন আজমলকো কটাক্ষ কৰে।

‘’এনআৰচিত সংঘাত কৰিব মিঞা বিলাকে। বদৰুদ্দিন আজমল বৰ বেয়া বস্তু, তেওঁ আগতে আগৰৰ বেপাৰী আছিল। অসমত যিমান বিপদ সৃষ্টি কৰি আছে সেয়া আজমল। এনআৰচিত তেওঁলোকে জঁট লগাব নোৱাৰিব, অমিত শ্বাহ আছে, একদম গেট আউট, দৰকাৰ হ’লে আৰ্মী যোগাৰ কৰিব,‘’-তেওঁ এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

August 28, 2025 10:11 am
ভূমি হস্তান্তৰ নীতি আৰু ৯৬৯ কোটি টকাৰ প্ৰকল্পত অনুমোদন অসম কেবিনেটৰ

ভূমি হস্তান্তৰ নীতি আৰু ৯৬৯ কোটি টকাৰ প্ৰকল্পত অনুমোদন অসম কেবিনেটৰ

August 28, 2025 9:17 am
গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

August 28, 2025 7:50 am
সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

August 28, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

August 28, 2025 10:11 am
ভূমি হস্তান্তৰ নীতি আৰু ৯৬৯ কোটি টকাৰ প্ৰকল্পত অনুমোদন অসম কেবিনেটৰ

ভূমি হস্তান্তৰ নীতি আৰু ৯৬৯ কোটি টকাৰ প্ৰকল্পত অনুমোদন অসম কেবিনেটৰ

August 28, 2025 9:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd