• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য্য হিচাপে দায়িত্বভাৰ গ্ৰহণ ড০ বিৰিঞ্চি কুমাৰ দাসৰ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
June 26, 2019 8:26 am
2k
VIEWS
Share on FacebookShare on Twitter

নামনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ বজালী মহাবিদ্যালয়ক ভট্টদেৱ বিশ্ববিদ্যালয় নামাকৰণেৰে বিশ্ববিদ্যালয় পৰ্য্যায়লৈ উন্নীতকৰণ কৰাৰ পাছত শিক্ষানুষ্ঠানখনৰ উপাচাৰ্য্য হিচাপে ড০ বিৰিঞ্চি কুমাৰ দাসক নিযুক্তি প্ৰদান কৰা হয়।

ড০ দাসে ২৫ জুনত আনুষ্ঠানিকভাৱে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্যৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনৰ চৌহদত প্ৰবেশ কৰাৰ লগে লগে দাসক উদ্যোক্তা সমিতিৰ লগতে বজালী অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি তথা অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলে উষ্ম আদৰণি জনায়।

মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি সম্পুৰ্ণানন্দ তালুকদাৰ, পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকা, বজালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চন্দনা শৰ্মাকে ধৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলে মহাবিদ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰা আদৰণি অনুষ্ঠানত অংশলৈ নৱ নিযুক্ত উপাচাৰ্য্যগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।

অনুষ্ঠানত অংশ গ্ৰহণ কৰি উপাচাৰ্য্যগৰাকীয়ে নতুনকৈ প্ৰতিষ্ঠা কৰা বিশ্ববিদ্যালয়খনৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে ভাষণ প্ৰদান কৰে।

বৰপেটা জিলাৰ বজালী মহকুমাৰ পাঠশালাত অৱস্থিত বজালী মহাবিদ্যালয়ক উন্নীতকৰণ কৰি অসম চৰকাৰে ২০১৭ চনত ভট্টদেৱ বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে, ১৯৫৫ চনত স্থাপন হোৱা বজালী মহাবিদ্যালয়ে নামনি অসমত উচ্চ শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মহাবিদ্যালয়খনে কলা, বিজ্ঞান আৰু বাণিজ্য বিভাগত স্নাতক পাঠ্যক্ৰম আগবঢ়োৱাৰ লগতে প্ৰাণী বিজ্ঞান, ভূগোল, গণিত আৰু অসমীয়া বিসয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়াইছিল। ২০১৭ চনত ‘নাক’ দ্বাৰা হোৱা মূল্যাংকনত বজালী মহাবিদ্যালয়ে ‘এ’ গ্ৰেড লাভ কৰিছিল।

Recent News

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd