• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেৱল মনোৰঞ্জনৰ বাবে ছবি কৰিবলৈ আগ্ৰহী নহয় ৰীমা দাস : পুনৰ নিৰ্মাণ কৰিব ‘ভিলেজ ৰকষ্টাৰ্ছ’

এন ই নাও নিউজ by এন ই নাও নিউজ
June 30, 2019 7:48 am
45813985_2122084414502696_1632722119538245632_n

ৰীমা দাস। ফটো : ফেইচবুক

3.4k
VIEWS
Share on FacebookShare on Twitter

‘ভিলেজ ৰকষ্টাৰ্ছ’ চলচ্চিত্ৰখনেৰে বিশ্বৰ চলচ্চিত্ৰ জগতত পৰিচিতি লাভ কৰা, স্বৰ্ণকমল বিজয়ী খ্যাতিমান পৰিচালক ৰীমা দাসে শনিবাৰে সন্ধিয়া তেওঁৰ গৃহ চহৰ ছয়গাঁৱত এক বাৰ্তালাপ অনুষ্ঠানত অংশ গ্ৰহণ কৰে। ছয়গাঁও শিল্পী সমাজে আয়োজন কৰা অনুষ্ঠানটোত পৰিচালকগৰাকীয়ে বিভিন্ন প্ৰসংগৰ প্ৰশ্নৰ উত্তৰ দিয়ে।

অস্কাৰ পাবলৈ সক্ষম নোহোৱা প্ৰসংগত মত ব্যক্ত কৰি ৰীমা দাসে কয় যে বিশ্বৰ বাকী দেশবোৰৰ তুলনাত ভাৰতে কথাবোৰ বহু পলমকৈ গম পায় বাবে তেওঁক নিৰ্বাচন কৰোতে বহু পলম হৈ গ’ল। তদুপৰি, অসম চৰকাৰে অস্কাৰৰ প্ৰচাৰৰ বাবে আগবঢ়োৱা ১ কোটি টকা পৰ্যাপ্ত নহয় বুলিও ব্যক্ত কৰে পৰিচালকগৰাকীয়ে।

অৱশ্যে, অস্কাৰৰ বাবে যুঁজ দিয়াটো তেওঁৰ ভাগ্য বুলি উল্লেখ কৰি প্ৰতিদ্বন্দ্বিতাৰ ক্ষেত্ৰত বাকী ছবিবোৰে বহু আগবাঢ়ি যোৱাৰ পাছতহে তেওঁ যুদ্ধক্ষেত্ৰলৈ ৰাওনা হোৱা বুলি মন্তব্য কৰে। লগতে সময়ৰ অভাৱো আন এটা কাৰণ হিচাপে উল্লেখ কৰে ৰীমা দাসে।

কেৱল মনোৰঞ্জনৰ বাবে ছবি নিৰ্মাণ কৰিবলৈ আগ্ৰহী নহয় বুলি সদৰী কৰি ৰীমাই লগতে কয় যে সদায় চকুৰ আগত দেখি থকা গ্ৰাম্য জীৱনৰ নিভাঁজ জীৱনযাত্ৰাৰ সৈতে সংপৃক্ত মানুহৰ সঁচা জীৱনৰ আধাৰত ছবি নিৰ্মাণ কৰিবলৈহে তেওঁ আগ্ৰহী।

‘ভিলেজ ৰকষ্টাৰ্ছ’ ছবিখন আন ভাষাৰ মানুহেও আদৰি লোৱাৰ প্ৰসংগ উল্লেখ কৰি ৰীমাই পুনৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’ নিৰ্মাণৰ ইচ্ছাৰ কথাও ব্যক্ত কৰে। আনহাতে, ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ পাছত বিশ্বৰ চলচ্চিত্ৰ প্ৰেমীসকলৰ মাজত ইতিমধ্যে চৰ্চা লাভ কৰা ‘বুলবুল কেন ছিং’ নামৰ তেওঁৰ আনখন ছবি অহা আগষ্ট মাহত চিত্ৰগৃহলৈ আহিব বুলি তেওঁ জানিবলৈ দিয়ে।

ইপিনে, অসম চৰকাৰে তেওঁক ‘পূৰ্ণ চন্দ্ৰা’ নামৰ ছবিখন কৰিবলৈ আগবঢ়োৱা সহায়ৰ বাবে তেওঁ সংশ্লিষ্ট সকলোৰে শলাগ লয়।

Recent News

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd