• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰাপত্তাৰক্ষীৰ অভিযানত দুগৰাকী দুৰ্ধৰ্ষ এন ডি এফ বি (এচ)ৰ মহিলা কেডাৰ আটক

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
July 1, 2019 8:14 pm
Two women NDFB cader arrested in Chirang

চিৰাং জিলাত আটক হোৱা মহিলা কেডাৰ দুগৰাকী।

520
VIEWS
Share on FacebookShare on Twitter

সেনা আৰু আৰক্ষীৰ যুতীয়া অভিযানত চিৰাং জিলাৰ বিজনীৰ পৰা ৩০ জুনত নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন এন ডি এফ বি (সংবিজিত পন্থী)ৰ দুগৰাকী মহিলা কেডাৰ আটক হয়।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ ভিত্তিত নিৰাপত্তাৰক্ষী বাহিনীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হোৱা মহিলা কেডাৰ দুগৰাকী ক্ৰমে এন ডি এফ বি (এচ)ৰ ৪২ নং আৰু ৪০ নং গোটৰ ৰতিমা বৰগয়াৰী আৰু জুলি বসুমতাৰী বুলি পৰিচয় লাভ কৰা গৈছে।

দীৰ্ঘদিন ধৰি এন ডি এফ বিৰ লগত জড়িত হৈ থকা মহিলা কেডাৰ ৰতিমা বৰগয়াৰীৰ ঘৰ চিৰাং জিলাৰ বেছৰবাৰীত আৰু জুলি বসুমতাৰীৰ ঘৰ শোণিতপুৰ জিলাৰ কৰ্দৈগুৰিত।

নিৰাপত্তাৰক্ষী বাহিনীৰ অভিযানত আটক হোৱা এন ডি এফ বিৰ দুৰ্ধৰ্ষ মহিলা কেডাৰ দুগৰাকীৰ পৰা অভিযান কালত এটা .২২ পিষ্টল আৰু তিনি জাঁই সজীৱ গুলী জব্দ কৰা হয়।

উল্লেখযোগ্য যে, আটকাধীন মহিলা কেডাৰ দুগৰাকীয়ে চিৰাং জিলাৰ বিভিন্ন অঞ্চলত উগ্ৰপন্থী সংগঠনটোৰ সংগঠনিক ভেটি শক্তিশালী কৰা আৰু নতুন সদস্য ভূক্তিৰ কামত জড়িত হৈ আছিল।

নাগালেণ্ডৰ পৰা প্ৰশিক্ষণ লাভ কৰা মহিলা কেডাৰ দুগৰাকীয়ে নাগালেণ্ডৰ পৰা আহি চিৰাং জিলাত নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰি সংগঠনৰ কাম কৰাৰ বাবে উপস্থিত হৈছিল।

Recent News

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd