• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাগজ কলৰ সংকট; বেচৰকাৰী সংস্থাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 2, 2019 7:41 am
papermill759-660x430-1140x570
827
VIEWS
Share on FacebookShare on Twitter

নগাঁও কাগজ কল পুনৰ মুকলি কৰাৰ বাবে এটা বেচৰকাৰী সংস্থাই (এন জি অ’) দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে সোমবাৰে সংস্থাটোক উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ নিৰ্দেশ দিয়ে।

এই সন্দৰ্ভত পৰৱৰ্তী ন্যায়িক অনুশীলন গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰিবলৈ সৰ্বোচ্চ ন্যায়ালয়ে সংস্থাটোক নিৰ্দেশ দিয়ে।

ৰাজ্যখনৰ দৃষ্টি ফাউণ্ডেশ্যন নামৰ এটা বেচৰকাৰী সংস্থাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ এখন বিচাৰপীঠে এইদৰে নিৰ্দেশ দিয়ে।

বিগত ২০১৫ চনৰ অক্টোবৰ আৰু ২০১৭ চনৰ মাৰ্চৰ পৰা ক্ৰমে কাছাৰ কাগজ কল আৰু নগাঁও কাগজ কলৰ কামকাজ বন্ধ হৈ পৰিছিল। তদুপৰি, দুবছৰৰো অধিক সময় ধৰি কৰ্মচাৰীসকলে দৰমহা লাভ কৰা নাই।

আনহাতে, ৰাজ্যসভাত কংগ্ৰেছ সাংসদ ৰিপুন বৰাৰ এক প্ৰশ্নৰ উত্তৰত চৰকাৰে স্পষ্ট কৰি দিছিল যে নেশ্যনেল কোম্পানী ল’ ট্ৰিবুউনেলৰ নিৰ্দেশ অনুসৰি কল দুটা বন্ধ কৰি দিয়া হৈছে।

ইপিনে যোৱা ১৯ জুনত অসমৰ এটা প্ৰতিনিধি দলক ৰাজহুৱা খণ্ড আৰু উদ্যোগ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী অৰবিন্দ সাৱন্তে কাছাৰ আৰু নগাঁও কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ আশ্বাস প্ৰদান কৰিছিল।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী পীযুষ হাজৰিকাসহ ৮ জনীয়া এটা সঁজাতি দলে কাছাৰ আৰু নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰাৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অৰবিন্দ সাৱন্তৰ সৈতে আলোচনাত মিলিত হৈছিল।

তেওঁলোকে লগতে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ উমৈহতীয়া ব্যৱস্থাৰ আৰ্হিত কাছাৰ আৰু নগাঁও কাগজ কলক গঢ় দিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীলৈ এক স্মাৰকপত্ৰও অসমৰ প্ৰতিনিধি দলটোৱে প্ৰদান কৰিছিল।

উল্লেখযোগ্য যে হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনৰ অধীনত ১৯৭৮ চনত স্থাপন হৈছিল কাছাৰ আৰু নগাঁও কাগজ কল।

Recent News

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd