• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় বিত্তীয় বাজেট-২০১৯ : ইলেক্ট্ৰিক বাহন ক্ৰয়ৰ বাবে লোৱা ঋণত ১.৫ লাখ টকালৈ আয়কৰ ৰেহাই

এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2019 3:54 pm
Union Budget 2019

কেন্দ্ৰীয় বাজেটত ইলেক্ট্ৰিক বাহন গ্ৰাহকলৈ ৰেহায়।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বছৰত ভাৰতবৰ্ষত বহুসংখ্যক ইলেক্ট্ৰিক বাহনে বজাৰ দখল কৰিবলৈ প্ৰস্তুতি চলাই থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ভাৰতত ইলেক্ট্ৰিক বাহনৰ বিক্ৰীৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে বিশেষ সাহায্য কেন্দ্ৰীয় বাজেটত ঘোষণা কৰিছে।

আজি কেন্দ্ৰীয় বিত্তীয় বাজেট দাখিল কৰাৰ সময়ত বিত্ত মন্ত্ৰী নিৰ্মলা সীমাৰমণে ইলেক্ট্ৰিক বাহন ক্ৰয় কৰাৰ বাবে লোৱা ঋণৰ ক্ষেত্ৰত গ্ৰাহকসকলে ১.৫ লাখ টকাৰ অতিৰিক্ত আয়কৰ ৰেহাই পাব বুলি ঘোষণা কৰে।

Apply Now

ইলেক্ট্ৰিক বাহনৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১০,০০০ কোটি টকা অতিৰিক্তভাৱে এপ্ৰিল মাহৰ ফেম টু আঁচনিত নিৰ্ধাৰণ কৰিছিল যিয়ে দেশত ইলেক্ট্ৰিক বাহনৰ সংখ্যা বৃদ্ধি কৰা আৰু ইয়াৰ বাবে প্ৰয়োজনীয় চাৰ্জিং আন্তঃগাঠনি নিৰ্মাণৰ কামত ব্যয় কৰা হ’ব।

বিত্তমন্ত্ৰী সীতাৰমণে দেশৰ জনসাধাৰণক ইলেক্ট্ৰিক বাহনৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে আহ্বান জনায়।  ইলেক্ট্ৰিক বাহনে ভবিষ্যত প্ৰজন্মক যাতায়তৰ ক্ষেত্ৰত এক স্থায়ী গতিশীলতা প্ৰদান কৰিব বুলি উল্লেখ কৰাৰ লগতে ই ব্যক্তিৰ সঞ্চিত আয়ৰ পৰিমাণ বৃদ্ধি কৰাত সহায়ক হ’ব বুলিও তেওঁ কয়।

আনহাতে, কেন্দ্ৰীয় চৰকাৰে আগন্তুক পাঁচবছৰত ১১.৬ বিলিয়ন মূল্য ব্যয়েৰে দেশৰ ১,২৫,০০০ কিলোমিটাৰ পথৰ আন্তঃগাঠনি উন্নয়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বাজেট ভাষণত সীতাৰমণে দেশৰ মুখ্য চহৰসমূহৰ বেছিভাগেই প্ৰদূষণৰ কৱলত পৰা বুলি উল্লেখ কৰি ইলেক্ট্ৰিক বাহনৰ প্ৰচলনে প্ৰদূষণ হ্ৰাস কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলি মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় বাজেটত উল্লেখ কৰাৰ পূৰ্বে দেশৰ আগশাৰীৰ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান টাটা, মহিন্দ্ৰা আদিয়ে ই-ভেৰিট’, টিগৰ-ইভিৰ উপৰিও হুণ্ডাই কোনা আদি ইলেক্ট্ৰিক বাহন বজাৰত মুকলি কৰি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

তদুপৰি, দুচকীয়া বাহনৰ ক্ষেত্ৰতো বাজাজ অ’টোই ইয়াৰ  ইলেক্ট্ৰিক দুচকীয়া বাহন অহা বছৰৰ ভিতৰত বজাৰত মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে।

ভাৰতৰ ৰাজপথত ইলেক্ট্ৰিক বাহনৰ সংখ্যা বৃদ্ধি নোহোৱাৰ ক্ষেত্ৰত প্ৰয়োজনীয় চাৰ্জিঙৰ আন্তঃগাঠনিৰ অভাৱে মূল কাৰণ যদিও চলিত বাজেটত ইলেক্ট্ৰিক বাহনৰ প্ৰচলন বৃদ্ধি কৰাৰ বাবে দৰকাৰী সকলোধৰণৰ আন্তঃগাঠনি উন্নয়ণ কৰাৰ বাবে বহু পৰিমাণৰ ধন মোকলাই দিয়া হৈছে বুলি বিত্তমন্ত্ৰী সীতাৰমণে মন্তব্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd