• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ ভুলৰ বাবে মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে শিৱসাগৰৰ ৪১ গৰাকী পৰীক্ষাৰ্থীয়ে?

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
July 6, 2019 2:48 pm
IMG-20190706-WA0002

পৰীক্ষা কেন্দ্ৰৰ সন্মুখত বঞ্চিত শিক্ষাৰ্থী। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ মাজতে আজি শিৱসাগৰত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হ’ল ৪১ গৰাকী পৰীক্ষাৰ্থী। এই ঘটনাক লৈ শিৱসাগৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।

ঘটনাৰ বিৱৰণী মতে, জিলাখনৰ ২১ খন বিদ্যালয়ৰ ৪১ গৰাকী পৰীক্ষাৰ্থীয়ে ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত হিন্দী বিষয়ৰ পৰীক্ষা দিবলৈ নিৰ্দ্ধাৰিত সময়ত উপস্থিত হৈছিল।

Apply Now

পৰীক্ষা কেন্দ্ৰটোলৈ আহি তেওঁলোকে গম পালে যে আজি হিন্দী বিষয়ৰ পৰীক্ষী নাই, ২ জুলাইত ইতিমধ্যে হিন্দী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হৈ গ’ল।

বঞ্চিত ছাত্ৰ ছাত্ৰী সকলে অভিযোগ কৰে যে তেওঁলোকৰ  নিজ নিজ বিদ্যালয়ৰ পৰা ৬ জুলাইত হিন্দী বিষয়ৰ পৰীক্ষা আছে বুলিয়েই অৱগত কৰিছিল।

আনহাতে, ঘটনাৰ সন্দৰ্ভত ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষাই জানিবলৈ দিয়ে যে পৰীক্ষা ছেবাই নিৰ্দ্ধাৰণ কৰি দিয়া সময়সূচী মতেই  পৰীক্ষা অনুষ্ঠিত হৈছে।

তেওঁ কয়, ‘’পৰীক্ষাৰ সূচী মতে ২ জুলাইত হিন্দী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হৈ যায় যদিও সেইদিনা পৰীক্ষাত ৪১ গৰাকী পৰীক্ষাৰ্থী অনুপস্থিত আছিল। আজি হিন্দী বিষয়ৰ পৰীক্ষা যিহেতু নাই গতিকে এই সকল ছাত্ৰ ছাত্ৰীক পৰীক্ষাত বহিবলৈ কোনোপধ্যে দিব নোৱাৰি। আজি ঐচ্ছিক গণিত, বুৰঞ্জী, ভূগোল আৰু সংস্কৃত বিষয়ৰ পৰীক্ষা হে অনুষ্ঠিত হ’ব।‘’

জানিব পৰা মতে, ছেবাই প্ৰকাশ কৰিছিল দুখনকৈ পৰীক্ষাৰ সূচী। সেই অনুসৰি বিদ্যালয়ে ছাত্ৰ-ছাত্ৰী সকলক ৬ জুলাইত হিন্দী পৰীক্ষা আছে বুলি জনাইছিল।

ইপিনে, ঘটনাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰত। পৰীক্ষাৰ সময়সূচীৰ বিসংগতিৰ বাবে হিন্দী বিষয়ৰ পৰীক্ষাত বহাৰ পৰা বঞ্চিত হ’ল এই ৪১ গৰাকী পৰীক্ষাৰ্থী। কাৰ ভুলৰ বাবে আজি এই ৪১ গৰাকী পৰীক্ষাৰ্থীয়ে শিক্ষাবৰ্ষৰ এটা বছৰ হেৰোৱাৰ উপক্ৰম হৈছে। ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিৱসাগৰত। ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলে ঘটনাৰ এক উচিত তদন্ত বিচাৰিছে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd