• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃত্ৰিম বানত দ্বিতীয় গুৱাহাটীত পৰিণত বোকাখাত চহৰ

বুঢ়াজান নামৰ ঐতিহ্যমণ্ডিত প্ৰাকৃতিক জুৰিটোৰ অপমৃত্যুয়েই সৰু চহৰখনৰ এই কৃত্ৰিম বানৰ প্ৰধান কাৰণ।

উত্তম শইকীয়া by উত্তম শইকীয়া
July 9, 2019 4:45 pm
Assam's Bokakhat flood

বোকাখাত চহৰত মঙলবাৰে নলা খান্দি থকাৰ দৃশ্য। ছবি- নৰ্থ ইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলপ বৰষুণতে কৃত্ৰিম বানত ডুব যোৱা দ্বিতীয় গুৱাহাটী মহানগৰত পৰিণত হৈছে গোলাঘাটৰ সৰু চহৰ বোকাখাত।

মাত্ৰ চাৰিটা ৱাৰ্ডৰ বোকাখাত পৌৰসভাৰ বিভিন্ন স্থানত বাৰিষাৰ স্বাভাৱিক নেৰানেপেৰা বৰষুণত সৃষ্ট কৃত্ৰিম বানপানীয়ে বাসিন্দাসকলক জ্বলা-কলা দেখুৱাইছে।

Apply Now

পৌৰসভাখনৰ চাৰি নম্বৰ ৱাৰ্ডৰ অধিকাংশই এতিয়া জলমগ্ন৷ বাট-পথৰ লগতে ৱাৰ্ডটোৰ বহু লোকৰ বাসগৃহো এতিয়া পানীৰ তলত৷

অতীষ্ঠ স্থানীয় ৰাইজে মঙলবাৰে পুৱা কৃত্ৰিম বানৰ তাৎক্ষণিক সমাধান বিচাৰি ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰিবলৈ ওলোৱাত ততাতৈয়াকৈ ঘটনাস্থলীত বোকাখাতৰ মহকুমা দণ্ডাধীশ, ৰাজহ চক্ৰ বিষয়া, পৌৰপতি, উপ পৌৰপতি আৰু ৱাৰ্ড সদস্য সকলো উপস্থিত হৈ ৰাষ্ট্ৰীয় পথতে নলা খান্দি পানী উলিওৱাৰ ব্যৱস্থা কৰিবলৈ বাধ্য হয়৷

কিন্তু বোকাখাত পৌৰসভাক হাত দাঙিবলৈ বাধ্য কৰা এই বানৰ কাৰণ কি? স্থানীয় লোকৰ অভিযোগ, বুঢ়াজান নামৰ এটা ঐতিহ্যমণ্ডিত প্ৰাকৃতিক জুৰিটোৰ অপমৃত্যুয়েই সৰু চহৰখনৰ এই কৃত্ৰিম বানৰ প্ৰধান কাৰণ৷

চাৰি নম্বৰ ৱাৰ্ড হৈ যোৱা এই বুঢ়াজানটো একাংশ লোকে বাসগৃহ নিৰ্মাণ বা অনান্য কাৰণত পুতি পেলোৱাৰ বাবেই এতিয়া নৰক যন্ত্ৰণাত ভুগিব লগা হৈছে চহৰখন।

এই জানটোৰ পূৰ্বে অঞ্চলটোৰ পুৰণি বিল টিমবিলখনো ধ্বংসৰ গৰাহত পৰিছিল।

এতিয়া বোকাখাত পৌৰ প্ৰশাসনে মঙলবাৰে চাৰি নম্বৰ ৱাৰ্ডৰ আবদ্ধ পানী উলিওৱাৰ বাবে ৩৭নং ৰাষ্ট্ৰীয় পথৰ কাষৰ ষ্টে’ট বেঙ্কৰ সন্মুখত এক্সকেভেটৰেৰে নলা খান্দি পানী যোৱাৰ ব্যৱস্থা কৰিছে৷

কিন্তু একাংশ স্থানীয় ৰাইজৰ প্ৰশ্ন, প্ৰাচীন বুঢ়াজানক উদ্ধাৰ নকৰি এইদৰে সমস্যাৰ সমাধান হ’বনে?

কাৰণ ইয়াৰ পূৰ্বেও বহু টকা ব্যয় কৰি নিৰ্মাণ কৰা নগৰৰ এটা নলাৰেও আজি পানী নাযায়। যাৰ পৰিণামত এতিয়া ৰাষ্ট্ৰীয় পথত নলা খান্দি পানী উলিয়াব লগা হৈছে পৌৰসভাই৷

সাময়িকভাৱে কৃত্ৰিম বান সমস্যাৰ সমাধানৰ সলনি বুঢ়াজান বেদখলমুক্ত কৰি খান্দিবৰ বাবে বোকাখাতৰ মহকুমা প্ৰশাসনক ৰাইজে অনুৰোধ কৰিছে৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm
ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd