• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত চিকিৎসকৰ ছুটী নাই, কিন্তু স্বাস্থ্য মন্ত্ৰী ক্ৰিকেট বিশ্বকাপৰ অৱসৰত

ৰাজ্যত জাপানী এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱৰ সময়ত অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ক্ৰিকেট বিশ্বকাপ চাবলৈ যোৱাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

অনুপ শৰ্মা by অনুপ শৰ্মা
July 11, 2019 9:27 pm
No leave for Assam docs, but health minister on CWC vacation

চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা গ্ৰুপ ফটোখন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাপানী এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱৰ ফলত অসমত চিকিৎসক, নাৰ্ছকে ধৰি সকলো চিকিৎসা কৰ্মীৰ ছুটী বাতিল কৰা হৈছে, কিন্তু ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আই চি চি ক্ৰিকেট বিশ্বকাপ, ২০১৯ উপভোগৰ অৱসৰ লৈছে।

চিকিৎসক, নাৰ্ছ আৰু অন্যান্য চিকিৎসা কৰ্মীয়ে জাপানী এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে দিয়া গুৰুত্বৰ শলাগ লৈছে যদিও, খবৰ মতে, মঙলবাৰৰ ভাৰত-নিউ জিলেণ্ডৰ মাজৰ খেল উপভোগৰ বাবে মানচেষ্টাৰলৈ যোৱা মন্ত্ৰীজনৰ নিষ্ঠাক লৈ তেওঁলোকৰ একাংশই প্ৰশ্ন উত্থাপন কৰিছে।

Apply Now

আন কেইজনমান ব্যক্তিৰ সৈতে তোলা অসমৰ স্বাস্থ্য মন্ত্ৰীজনৰ এখন ফটো চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা গ্ৰুপ ফটোখনত স্বাস্থ্য মন্ত্ৰীজনৰ সৈতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী তুলি ৰাম ৰংহাং, অসম ক্ৰিকেট সংস্থাৰ সাধাৰণ সম্পাদক দেৱজিত শইকীয়া আৰু অন্যান্যক দেখা গৈছে।

ফটোখনৰ শিৰোনাম দিয়া হৈছে “ভাৰত বনাম নিউ জিলেণ্ডৰ গ্ৰেণ্ড ক্ৰিকেট বিশ্ব কাপ ছেমি ফাইনেলখনৰ পূৰ্বে ইংলেণ্ডৰ মানচেষ্টাৰত হিমন্ত বিশ্ব শৰ্মাক দেখা গৈছে”।

“জাপানী এনকেফেলাইটিছৰ গুৰুত্ব আমি বুজি পাওঁ আৰু সেয়ে, চৰকাৰে ছুটী বাতিলৰ বাবে দিয়া নিৰ্দেশটো চিকিৎসা সমাজৰ প্ৰত্যেকেই শলাগ লৈছে। কিন্তু, ৰাজ্যখন জাপানী এনকেফেলাইটিছ আৰু একিউট এনকেফেলাইটিছ ছিন্দ্ৰমত মেৰ খাই থকা (reel)ৰ মাজত কেৱল বিশ্বকাপ ক্ৰিকেট মেচ এখন চোৱাৰ বাবে কৰা মন্ত্ৰীজনৰ বিদেশ ভ্ৰমণে আমাক আন ধৰণে ভাবিবলৈ বাধ্য কৰিছে,” নাম প্ৰকাশ নকৰাৰ চৰ্তত এগৰাকী জ্যেষ্ঠ চিকিৎসকে কয়।

“অসমজুৰি এনকেফেলাইটিছত ৫১টা মৃত্যুৰ ঘটনা আৰু ১৯০টা পজিটিভ কে’ছ ঘটাৰ এক গুৰুতৰ সময়ত ছুটীত যোৱা চিকিৎসকক ঘূৰাই মতা হৈছে কিন্তু আমাৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ৰিকেট বিশ্বকাপত ভাৰত আৰু নিউ জিলেণ্ডৰ ছেমি ফাইনেলৰ পূৰ্বে মানচেষ্টাৰ (ইউ কে)ৰ পথত তেওঁৰ বন্ধুবৰ্গৰ সৈতে ঘূৰি ফুৰিছে,” জনৈক মান্না বৰভূঞাৰ টুইট।

“অসমৰ সন্মানীয় স্বাস্থ্য মন্ত্ৰীয়ে মহামাৰীৰ অজুহাতত স্বাস্থ্য বিভাগৰ অৱস্থান গ্ৰহণ (on station) আৰু ২৪x৭ উপলব্ধতা বিচাৰিছে কিন্তু তেওঁ নিজে ইংলেণ্ডত খেল উপভোগ কৰি আছে। তেওঁৰ বিৰুদ্ধে নাই কোনো এফ আই আৰ,” আন এজনৰ টুইট।

উল্লেখ কৰিব পাৰি যে জাপানী এনকেফোইটিছ আৰু একিউট এনকেফেলাইটিছ ছিন্দ্ৰমে অসমত এক গুৰুতৰ ৰূপ লৈছে।

স্বাস্থ্য মন্ত্ৰী শৰ্মাই শেহতীয়া এক সংবাদমেলত কৈছিল যে জাপানী এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱৰ বাবে চৰকাৰে ৰাজ্যজুৰি চিকিৎসক, নাৰ্ছকে ধৰি সকলো চিকিৎসা কৰ্মীৰ ছুটী স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

শৰ্মাই লগতে কৈছিল যে জিলা উপায়ুক্তৰ আগতীয়া অনুমোদন সাপেক্ষেহে কেৱল জৰুৰী কোনো ছুটী প্ৰদান কৰা হ’ব। আৰু কৰ্তব্যকালৰ বাহিৰতো কৰ্তব্যস্থানত অকৰ্তৃত্বশীল অনুপস্থিতিক কৰ্তব্যত অপৰাধমূলক অৱহেলাৰ পৰ্য্যায়ৰ বুলি গুৰুতৰ ৰূপত বিবেচিত হ’ব।

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm
অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd