• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্ৰহ্মপুত্ৰৰ বানৰ কবলত তিনিচুকীয়াৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, জীৱকুলৰ হাহাকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 12, 2019 9:26 am
Dibru Saikhowa National Park

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।উৎস-ইণ্টাৰনেট

3.1k
VIEWS
Share on FacebookShare on Twitter

অসমত বিগত তিনিদিন ধৰি হৈ থকা প্ৰৱল বৰষুণৰ ফলশ্ৰুতিত বিভিন্ন জিলা বানপানীৰ কৱলত পৰিছে। লখিমপুৰ, ধেমাজী, যোৰহাট, তিনিচুকীয়া আদিৰ লগতে নামনি অসমৰ বৰপেটা, গোৱালপাৰা, চিৰাং জিলা বানপানীৰ কৱলত পৰিছে।

বৰষুণৰ বাবে ক্ৰমাগতভাৱে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে। তিনিচুকীয়া জিলাতো ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান জলমগ্ন কৰি তুলিছে।

বানপানীৰ কৱলত পৰা ৰাষ্ট্ৰীয় উদ্যানখনত থকা জীৱকুল সমূহে বৰ্তমান খাদ্য আৰু আশ্ৰয়স্থলৰ নাটনিত পৰা বুলি খবৰ লাভ কৰা হৈছে।

উল্লেখযোগ্য যে, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বানপানীৰ কৱলত পৰা জীৱ-জন্তুসমূহে আশ্ৰয় বিচাৰে ওখ ঠাইলৈ আহিবলৈ লৈছে আৰু খাদ্যৰ সন্ধানত জনাঞ্চলতো প্ৰৱেশ কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

আনহাতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা বানপানীৰ ফলত ওলাই অহা জীৱ-জন্তু সমূহৰ যাতে কোনো দুষ্ট চক্ৰই ক্ষতি কৰিব নোৱাৰে তাৰবাবে বন বিভাগৰ লগতে স্থানীয় জিলা-প্ৰশাসনক ব্যৱস্থাগ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজে।

প্ৰতিবছৰে হোৱা বানপানীয়ে অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান,  মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু- ছৈখোৱা ৰাষ্ট্ৰী উদ্যানক ক্ষতি কৰি আহিছে যাৰবাবে তাত থকা জীৱকুলে যথেষ্ট অসুবিধাৰ সন্মুখিন হ’বলগীয়া হয়।

Recent News

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

চাহ একাপত চুমুক দি চিগাৰেটৰ বাবে হাহাকাৰ কৰে নেকি? হ’ব পাৰে শৰীৰৰ গুৰুতৰ ক্ষতি

চাহ একাপত চুমুক দি চিগাৰেটৰ বাবে হাহাকাৰ কৰে নেকি? হ’ব পাৰে শৰীৰৰ গুৰুতৰ ক্ষতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd