• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাগ্ৰামাৰ আধাৰশিলাৰ পিছতো নহ’ল দলং; কান্ধত তুলি পাৰ কৰিবলগীয়া হৈছে চাইকেল-মটৰচাইকেল

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
July 12, 2019 6:35 pm
621
VIEWS
Share on FacebookShare on Twitter

 বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অধীনৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত নাগ্ৰীজুলি- কাউলী-কুমাৰীকাটা পথৰ মাজেৰে বৈ যোৱা মটঙা নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত বহিঃৰাজ্যৰ লগত অঞ্চলটোৰ হেজাৰ হেজাৰ লোকৰ সংযোগ বিচ্ছিন্ন হৈ জিয়াতু ভুগিব লগীয়া হৈছে।

আনহাতে নাগ্ৰীজুলি-কাউলী-কুমাৰীকাটা সংযোগী গঢ়কাপ্তানী  মূল পথৰ কোনো উন্নয়ন সাধন নোহোৱাত আৰু পথত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত  সৰ্বসাধাৰণ কৃষিজীৱী লোকৰ উপৰিও জীয়াতু ভুগিব লগা হৈছে বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে।

নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত বৃহত্তৰ কৃষিপ্ৰধান নাগ্ৰীজুলি আৰু কাউলী অঞ্চলৰ প্ৰায় ৩৫ হেজাৰৰো অধিক লোকে ব্যৱহাৰ কৰা সদাব্যস্ত তথা গুৰুত্বপূৰ্ণ নাগ্ৰীজুলি-কাউলি-কুমাৰীকাটা পথটোৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

  তাৰোপৰি নাগ্ৰীজুলি-কাউলি-কুমাৰীকাটা পথটোৰ মাজ মজিয়াৰে বৈ যোৱা মটঙা নৈৰ ওপৰত আজিলৈকে এখনো দলং নিৰ্মাণ নকৰাত বাৰিষা আহিলেই অঞ্চলটোৰ স্থানীয় ৰাইজে জ্বলা-কলা খাব লগীয়া হয়।

বিগত বৰ্ষৰ দৰে এইবাৰে ভূটানৰ পাহাৰৰ পৰা বৈ অহা পানীয়ে ঠায়ে ঠায়ে প্ৰবল গৰাখহনীয়া সৃষ্টি কৰি আহিছে। শ শ কৃষকৰ কৃষি ভূমি নদীৰ বুকুত জাহ গৈছে।

বিপজ্জনকভাৱে নিজৰ জীৱন হাতৰ মুঠিত লৈ স্থানীয় ৰাইজে মটৰচাইকেল ঠেলি ঠেলি বা কান্ধত তুলি ভৰা নদী পাৰ হ’ব লগা শিহৰণকাৰী দৃশ্যই সকলোৰে বুকু কঁপাই তোলে।

উল্লেখযোগ্য যে দলং নিৰ্মাণৰ নাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আধাৰশিলা স্থাপন কৰাৰ পিছত নৈৰ খনৰ মাজত ২০১৪ চনতে কেইটামান খুঁটাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰি ৰহস্যজনকভাৱে বন্ধ কৰি ৰাখে দলং নিৰ্মাণৰ কাম।

ফলত নাগ্ৰীজুলি বিটিচি পৰিষদীয় সমষ্টিৰ নাগ্ৰীজুলি-কাউলী-কুমাৰীকাটা ৰাইজৰ একমাত্ৰ গুৰুত্বপূৰ্ণ পথটোৰ উন্নয়ন সাধন কৰিবলৈ আৰু শীঘ্ৰে মটঙা নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰিবলৈ ৰাইজে দাবী জনাইছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd