• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত কেইবাখনো চৰকাৰী আচঁনি উদ্বোধন বিধায়ক ভাস্কৰ শৰ্মাৰ

মানস প্ৰতীম গগৈ by মানস প্ৰতীম গগৈ
July 14, 2019 7:21 pm
Various govt schemes inaugurated by Margherita MLA Bhaskar Sarma

দেওবাৰৰ অনুষ্ঠানত ভাস্কৰ শৰ্মা। ছবি- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্ঘেৰিটাত দেওবাৰে কেইবাখনো চৰকাৰী আচঁনি উদ্বোধন কৰে বিধায়ক ভাস্কৰ শৰ্মাই।

বিধায়কগৰাকীয়ে ৫ লক্ষ টকা পুঁজিৰে নিৰ্মাণৰ যোজা চলোৱা মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ অন্তৰ্গত শামুকজান গাওঁ পঞ্চায়ত এলেকাৰ লিডু কেন্দ্ৰীয় ৰঙ্গমঞ্চ সংলগ্ন সামূহিক কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে৷

চতুদৰ্শ বিত্তীয় আয়োগৰ দ্বাৰা আবণ্টিত ধনেৰে এই সামূহিক কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব।

কেন্দ্ৰটোৰ নিৰ্মাণ আৰম্ভ অনুষ্ঠানৰ আঁত ধৰে মাৰ্ঘেৰিটা আঞ্চালিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মাই। অনুষ্ঠানটোত পঞ্চায়তখনৰ সভানেত্ৰী অনীলা ফুকন, লিডু শাখা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভানেত্ৰী দীপালি বৰপূজাৰী সিনহা, ৰাণাজ্যোতি নেওগ, সোমেশ্বৰ নেওগ, লোকনাথ কোঁৱৰ, নোমল গগৈ, ৭নং ৱাৰ্ড সদস্যা পূৰ্ণিমা নেওগ, ভীম কৰ্মকাৰ, ভৱেশ দত্ত আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

এই অনুষ্ঠানতে লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ হৈ বিধায়ক শৰ্মাক সাধাৰণ সম্পাদক তপন দেই এটি স্মাৰকেৰে সম্বৰ্ধনা জনায়৷

একেদিনাই চতুদৰ্শ বিত্তীয় আয়োগৰ দ্বাৰা আবণ্টিত ৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া জাগুন গোৰ্খা শিৱ মন্দিৰ প্ৰেক্ষাগৃহ, ৮ লক্ষ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া জাগুন হনুমান মন্দিৰলৈকে নামঘৰ পথ, ৫ লক্ষ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ৰামপুৰ পাছমাইল পুথিভঁৰাল, জাগুন বজাৰৰ পকী কংক্ৰিট পথ, তিনি লক্ষাধিক টকাৰে নিৰ্মাণ কৰিবলগীয়া হাচাক পাঁচআলিৰ পকী নলা, ৬ লাখ ৫০ হাজাৰ টকাৰে নিৰ্মাণ হবলগীয়া কুমচাই তিনিআলিৰ পৰা ডিম্ব চেতিয়া তিনিআলিলৈকে পকী পথ আদি কেইবাখনো পঞ্চায়তত ৰূপায়ণ হ’বলগীয়া আচঁনিৰ কাম শুভাৰম্ভ কৰে৷

আটাইকেইটা অনুষ্ঠানতে সুখদেৱ শৰ্মা, ভীম কৰ্মকাৰ, ভৱেশ দত্ত আৰু মুনমী গগৈয়ে বিধায়কগৰাকীক সংগ দিয়ে৷

মানস প্ৰতীম গগৈ

মানস প্ৰতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd