• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিচাংমুখৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত; বিপদ সীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 15, 2019 8:56 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
Apply Now

আজি বহুকেইদিন হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰৰ দিচাংমুখ অঞ্চলৰ বহুকেইখন গাঁও ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ বাঢ়নী পানীত বুৰ গৈ আছে।

অঞ্চলটোৰ অফলা, চৰাইপৰা, মামল, গড়ভঙা, সৰাগুৰি চাপৰি, লিগিৰিবাৰী, আলিচিগা, বলমা, জোলাটোপ, দীঘলদৰিয়লী,  ডিমৌমুখ আদি গাওঁ বৰ্তমান পানীৰ তলত। নৈ পৰীয়া মানুহৰ  ঘৰ বাৰীৰ লগতে শ শ বিঘা খেতি পথাৰ পানীত বুৰ যোৱাত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। অঞ্চল সমূহত মানুহৰ লগতে জীৱ জন্তুসমূহেও মথাউৰিৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰিব লগীয়া হৈছে।

সৰাগুৰি প্ৰাথমিক বিদ্যালল, ৰৌমাৰী প্ৰাথমিক বিদ্যালয়, নামনি মামল গড়ভগা প্ৰথমিক বিদ্যালয়, অফলা গড়ভঙ্গা প্ৰাথমিক বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয় প্ৰলয়ংকাৰী বনৰ কবলত পৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমানলৈকে অফলা গাঁৱত ১২০ ঘৰ, গড়ভগা গাঁৱত ৮৫ ঘৰ, আলিচিগা গাঁৱত ৩৪২ ঘৰ, বলমা কৈৱৰ্ত গাঁৱত ৫০ ঘৰ, লিগিৰিবাৰী গাঁৱত ১৪০ ঘৰ, বলমা মিচিং গাঁৱত ১৮২ ঘৰ আৰু মামল গাঁৱত ১১২ ঘৰ ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ বাঢ়নী পানীত ক্ষতিগ্ৰস্ত হৈছে।

১৪ জুলাইলৈকে দিচাংমুখত ব্ৰহ্মপুত্ৰ নদী বিপদ সীমাৰ ২ মিটাৰ ওপৰেদি বৈ থকাৰ কথা জনসম্পদ বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। এইদৰে ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ জলপৃষ্ঠ বৃদ্ধি পাই থাকিলে অনগাত দিনত আৰু ন ন গাঁও প্লাবিত হোৱাৰ সম্ভৱনা আছে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd