• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিচাংমুখৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত; বিপদ সীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰ

পাৰ্শ্বজ্যোতি গগৈ পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , July 15, 2019 8:58 am

1 min read

দিচাংমুখৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত; বিপদ সীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰ
302
VIEWS
Share on FacebookShare on Twitter

আজি বহুকেইদিন হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰৰ দিচাংমুখ অঞ্চলৰ বহুকেইখন গাঁও ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ বাঢ়নী পানীত বুৰ গৈ আছে।

অঞ্চলটোৰ অফলা, চৰাইপৰা, মামল, গড়ভঙা, সৰাগুৰি চাপৰি, লিগিৰিবাৰী, আলিচিগা, বলমা, জোলাটোপ, দীঘলদৰিয়লী,  ডিমৌমুখ আদি গাওঁ বৰ্তমান পানীৰ তলত। নৈ পৰীয়া মানুহৰ  ঘৰ বাৰীৰ লগতে শ শ বিঘা খেতি পথাৰ পানীত বুৰ যোৱাত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। অঞ্চল সমূহত মানুহৰ লগতে জীৱ জন্তুসমূহেও মথাউৰিৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰিব লগীয়া হৈছে।

সৰাগুৰি প্ৰাথমিক বিদ্যালল, ৰৌমাৰী প্ৰাথমিক বিদ্যালয়, নামনি মামল গড়ভগা প্ৰথমিক বিদ্যালয়, অফলা গড়ভঙ্গা প্ৰাথমিক বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয় প্ৰলয়ংকাৰী বনৰ কবলত পৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমানলৈকে অফলা গাঁৱত ১২০ ঘৰ, গড়ভগা গাঁৱত ৮৫ ঘৰ, আলিচিগা গাঁৱত ৩৪২ ঘৰ, বলমা কৈৱৰ্ত গাঁৱত ৫০ ঘৰ, লিগিৰিবাৰী গাঁৱত ১৪০ ঘৰ, বলমা মিচিং গাঁৱত ১৮২ ঘৰ আৰু মামল গাঁৱত ১১২ ঘৰ ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ বাঢ়নী পানীত ক্ষতিগ্ৰস্ত হৈছে।

১৪ জুলাইলৈকে দিচাংমুখত ব্ৰহ্মপুত্ৰ নদী বিপদ সীমাৰ ২ মিটাৰ ওপৰেদি বৈ থকাৰ কথা জনসম্পদ বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। এইদৰে ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ জলপৃষ্ঠ বৃদ্ধি পাই থাকিলে অনগাত দিনত আৰু ন ন গাঁও প্লাবিত হোৱাৰ সম্ভৱনা আছে।

Recent News

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd