• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেনেদৰে ডাউনলোড কৰিব e-PAN কাৰ্ড; বিনামূলীয়া হ’ব নে টকা ভৰিব লাগিব!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2019 3:09 pm
pan_card_1562832062114

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

1.9k
VIEWS
Share on FacebookShare on Twitter

দেশত ডিজিটেল ব্যৱস্থাৰ প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় আয়কৰ বিভাগে পুৰণি পান কাৰ্ড থকা সকলৰ বাবেও নতুনকৈ ইলেক্ট্ৰনিক পান (e-PAN) কাৰ্ডৰ ব্যৱস্থা কৰিছে।

এন এছ ডি এল (NSDL) আৰু য়ু টি আই আই টি এছ এল (UTITSL)ৰ ৱেবচাইটলৈ গৈ ই-পান কাৰ্ড ডাউনলোড কৰিব পৰা যাব।

যদিহে আপুনি নতুন পান কাৰ্ডৰ বাবে আবেদন কৰিছে তেনেহ’লে আপুনি আপোনাৰ ই-মেইল আই ডিত অট’মেটিকেলি এখন ই-পান কাৰ্ড পাই যাব। যেতিয়া আপুনি ১০৭ টকাৰে পান কাৰ্ডৰ বাবে আবেদন কৰিব সেই মাচুলৰ ভিতৰতে বিনামূলীয়াকৈ আপোনাৰ ই-মেইলত ই-পান কাৰ্ড উপলব্ধ হ’ব।

পান কাৰ্ডৰ বাবে আবেদনকাৰী সকলে আবেদনৰ ৩০ দিনৰ ভিতৰত বিভাগীয় ৱেবচাইটৰ পৰা ই-পান কাৰ্ড ডাউনলোড কৰি ল’ব পাৰিব।

চৰকাৰে আধাৰ বেচ ই-কে ৱাই চিৰৰ দ্বাৰা আবেদনকাৰীক ১০ মিনিটৰ ব্যৱধানত ই-পান কাৰ্ড যোগান ধৰাৰ বাবে চিন্তা চৰ্চা কৰি আছে।

যদিহে আপোনাৰ পান কাৰ্ডখন ৩০ দিনৰ ভিতৰত আহি নাপায় তেতিয়াহ’লে য়ু টি আই আৰু এন এছ ডি এলে ই-পান কাৰ্ড ডাউনলোড কৰাৰ সময়ত অতি সামান্য পৰিমানৰ এটা মাচুল গ্ৰহণ কৰিব।

এই সময়ৰ ভিতৰত উপভোক্তাসকলে ই-পান কাৰ্ড  ডাউনলোড কৰাৰ ক্ষেত্ৰত ৮.২৬ টকাকৈ আদায় দিব লাগিব।

ই-পান কাৰ্ড হ’ল ইলেক্ট্ৰ’নিকেলি ইচ্ছ্যু কৰা পান কাৰ্ডৰ পি ডি এফ ফৰ্মেট য’ত পান নম্বৰ, পিতৃ-মাতৃৰ নাম, জন্মৰ তাৰিখৰ উপৰিও আবেদনকৰাৰীৰ ফটো আৰু হস্তাক্ষৰ আবেদন পত্ৰত উল্লেখ কৰা ধৰণে সংলগ্ন কৰা থাকিব।

ই-পান কাৰ্ডত তাৰোপৰি ইনহেনছ কিউ আৰ কোড সংলগ্ন কৰা থাকিব। কিউ আৰ কোডত পানকাৰ্ডৰ গৰাকীৰ বায়োমেট্ৰিক ইনফৰমেশ্যন উপলব্ধ হ’ব। পান কাৰ্ডত থকা কিউ আৰ কোড অনলাইন আৰু অফলাইন ব্যৱস্থা সমূহতো ব্যৱহাৰ কৰিব পৰা যাব।

Recent News

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd