• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্রথমবাৰৰ বাবে অসমত এন আৰ চি প্ৰকাশকলৈ আশংকা ব্যক্ত কৰিছে বাংলাদেশে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 19, 2019 10:28 am
Logo_of_NRC_Assam-1140x570

প্ৰতিনিধিত্বমূলক ফটো

861
VIEWS
Share on FacebookShare on Twitter

অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) উন্নীতকৰণ প্ৰক্ৰিয়াত প্ৰকাশকলৈ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে বাংলাদেশ চৰকাৰে আশংকা ব্যক্ত কৰিছে।

বাতৰি অনুসৰি, বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমিনে অলপতে এটা স্থানীয় টেলিভিশ্যন চেনেলত ব্যক্ত কৰিছিল যে যদিওৱা অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া তেওঁৰ দেশৰ চিন্তাৰ এক বিষয় নহয়, তথাপি ইয়াত কিছু আশংকা দেখা গৈছে।

তেওঁৰ উদ্ধৃতিৰে এইবুলি কোৱা হৈছে যে তেওঁৰ দেশখনে ইতিমধ্যে ৰোহিঙিয়া শৰণাৰ্থীৰ বোজা বহন কৰিছে আৰু সেয়ে বাংলাদেশে অধিক যিকোনো বিতাড়ণকাৰীক গ্ৰহণ কৰিব নোৱাৰে।

অৱশ্যে, এন আৰ চি প্ৰকাশৰ পাছত অনুপ্ৰৱেশকাৰী হিচাপে চিনাক্ত হোৱা সকলক ক’লৈ বিতাড়িত কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

মোমিনৰ উদ্ধৃতিৰে লগতে এইবুলিও কোৱা হৈছে যে অসমৰ বঙালী মূলৰ লোকসকল অসমত বিগত ৭৫ বছৰ ধৰি বাস কৰি আছে আৰু তেওঁলোক ভাৰতীয় নাগৰিক।

উল্লেখযোগ্য যে, প্ৰথম এন আৰ চিৰ খচৰা প্ৰকাশ পোৱাৰ পাছত প্ৰায় ৪০ লাখ সন্দেহযুক্ত অনুপ্ৰৱেশকাৰীৰ নাম ওলোৱাৰ সময়ত বাংলাদেশে সাধাৰণভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে ইয়াৰ লগত তেওঁলোকৰ কোনো লেনা-দেনা নাই।

Recent News

দুটাকৈ ভোটাৰ আইডি বিজেপি নেতাৰ! জাননী জাৰি কৰিলে নিৰ্বাচন আয়োগে

লক্ষ্য স্বচ্ছ নিৰ্বাচন! ৪৭৬টা নিষ্ক্ৰিয় ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিল নিৰ্বাচন আয়োগৰ

৩ মাহত ২০০ৰো অধিক পুৰুষৰ ধ*ৰ্ষণৰ বলি বাংলাদেশী নাবালিকা; মুম্বাইৰ পৰা উদ্ধাৰ, ১০ জনক গ্ৰেপ্তাৰ

৩ মাহত ২০০ৰো অধিক পুৰুষৰ ধ*ৰ্ষণৰ বলি বাংলাদেশী নাবালিকা; মুম্বাইৰ পৰা উদ্ধাৰ, ১০ জনক গ্ৰেপ্তাৰ

উচ্ছেদ অভিযানৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ পোষকতা

উচ্ছেদ অভিযানৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ পোষকতা

আঠ মিনিটৰ মসৃন অভিযান! বেংকৰ লকাৰৰ পৰা ১৫ কেজি সোণ লুট কৰি নিলে ৩ অস্ত্ৰধাৰী যুৱকে

আঠ মিনিটৰ মসৃন অভিযান! বেংকৰ লকাৰৰ পৰা ১৫ কেজি সোণ লুট কৰি নিলে ৩ অস্ত্ৰধাৰী যুৱকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd