• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতৰ মহাকাশ যাত্ৰাৰ সফলতাৰে শ্ৰীহৰি কোটাৰ পৰা ‘চন্দ্ৰযান-২’ৰ সফল উক্ষেপণ; অভিযানৰ অংশীদাৰ অসমীয়া বিজ্ঞানী ড০ জিতেন্দ্ৰ নাথ গোস্বামী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2019 4:49 pm
Dr.-J.N-Goswami-750x536

জিতেন্দ্ৰ নাথ গোস্বামী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আজি দুপৰীয়া ২ বাজি ৪৩ মিনিটত শ্ৰহৰি কোটাৰ সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা ভাৰতৰ দ্বিতীয় চন্দ্ৰলৈ অভিযান ‘চন্দ্ৰযান-২’ সফলভাৱে উক্ষেপণ কৰে।

‘ইছৰো’ৰ দ্বাৰা সফলভাৱে আৰম্ভ হোৱা চন্দ্ৰযান-২ মিছনত উপদেষ্টা সঞ্চালক হিচাপে জড়িত হৈ আছে অসমৰ মহাকাশ বিজ্ঞানী ড০ জিতেন্দ্ৰ নাথ গোস্বামী। গোস্বামী ভাৰতৰ মংগল অভিযানৰ লগতো জড়িত হৈ আছিল।

Apply Now

শ্ৰীহৰি কোটা স্পেছ চেণ্টাৰৰ পৰা ‘বাহুবলী’ নামাকৰণ কৰা GSLV-MkIII-M1 ৰকেটৰ সহায়ত চন্দ্ৰযান-২ পৃথিৱীৰ কক্ষপথলৈ উক্ষেপণ কৰা হয়।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই উক্ষেপণ কৰা চন্দ্ৰযান-২ খনে প্ৰায় ৩,৮৪,৪০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি চন্দ্ৰৰ দক্ষিণ প্ৰান্তত প্ৰৱেশ কৰিব।

চন্দ্ৰযান-২য়ে চন্দ্ৰৰ দক্ষিণ প্ৰান্তত প্ৰৱেশ কৰাৰ লগে লগে চন্দ্ৰৰ দক্ষিণ প্ৰান্তলৈ অভিযান চলোৱা ভাৰত বিশ্বৰ প্ৰথমখন দেশত পৰিণত হ’ব।

চন্দ্ৰযান-২ য়ে ৭ ছেপ্তেম্বৰত সফলভাৱে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব বুলি আশাপ্ৰকাশ কৰিছে ভাৰতীয় মহাকাশ বিজ্ঞানীসকলে। ‘চন্দ্ৰযান-২’ৰ সফল উৎক্ষেপণৰ পাছতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ কে শিৱমে এই সফলতাৰ বাবে তেওঁলোক অত্যন্ত সুখী বুলি মত প্ৰকাশ কৰে।

ভাৰতৰ দ্বিতীয় চন্দ্ৰ অভিযানত মুঠ ব্যয় হৈছে ৯৭৮ টকা যিটো বৰ্তমানলৈ আটাইতকৈ কম খৰছি চন্দ্ৰ অভিযান হিচাপে পৰিগণিত হৈছে। ২০০৮ চনত ভাৰতে প্ৰথমবাৰ চন্দ্ৰলৈ সফলভাৱে অভিযান চলাইছিল।

ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি সকলো স্তৰৰ ব্যক্তিয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সফলতাৰ বাবে বিজ্ঞানীসকলক ধন্যবাদ জ্ঞাপন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd