• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংলাদেশী সীমান্ত বাহিনী সোমাই আহিল মুক্তাপুৰ গাঁৱলৈ, দি গ’ল ধমক; কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2019 10:56 am
d2

মেঘালয়ৰ ভাৰত-বাংলাদেশ সীমান্তৰ প্ৰতিনিধিত্বমূলক ফটো

555
VIEWS
Share on FacebookShare on Twitter

বৰ্ডাৰ গাৰ্ডছ বাংলাদেশ (বি জি বি)ৰ সশস্ত্ৰ বিষয়াৰ দলে মেঘালয়ৰ মুক্তাপুৰ গাঁৱত প্ৰৱেশ কৰি ভিতৰুৱা পথ এটাৰ নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ ভাবুকি দিয়ে।

সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি সোমবাৰে গাঁৱবাসীয়ে এইকথা জানিবলৈ দিয়ে।

এনেদেৰে বাংলাদেশী সীমান্ত বাহিনীৰ দলটোৱে শনিবাৰে গাঁৱখনত প্ৰৱেশ কৰি গাঁৱবাসীক ভাবুকি প্ৰদান কৰাৰ পাছত মুক্তাপুৰ গাঁৱৰ বাসিন্দাসকল শংকিত হৈ পৰিছে।

ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) শীৰ্ষ বিষয়াই বাহিনীৰ তাত থকা বি,য়াৰ পৰা বিতং তথ্য জানিব বিচাৰিছে। অৱশ্যে, সীমান্ত অঞ্চলটোত বৰ্তমান পৰিস্থিতি স্বাভাৱিক বুলি কোৱা হৈছে।

মুক্তাপুৰ গাঁও পৰিষদে নিৰ্মাণ কৰিবলৈ লোৱা আভ্যন্তৰীণ পথ এটাৰ কাম বাংলাদেশৰ সীমান্ত বাহিনীয়ে দেশখনত প্রৱেশ কৰি কেনেকৈ বন্ধ কৰিবলৈ ভাবুকি দিব পাৰে তাক লৈ স্থানীয় লোকসকল আচৰিত হৈ পৰিছে।

এগৰাকী গাঁওবাসীয়ে আনকি বাংলাদেশী সীমান্ত বাহিনীয়ে ভাৰতৰ গাঁৱখনত সোমাই ভাবুকি দিয়া সময়ত বিএছএফৰ বিষয়াসকলে মুক দৰ্শক হৈ থকা বুলিও অভিযোগ কৰে।

বিএছএফৰ শীৰ্ষ বিষয়াৰ উদ্ধৃতি দি সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত কোৱা হৈছে, ‘’তেওঁলোকে (বি জি বি) জিৰ’ লাইনৰ ১৫০ গজৰ ভিতৰত এটা পথ নিৰ্মাণৰ পৰা গাঁৱবাসীক বাধা দিব বিচাৰিছিল।‘’

বিএছএফৰ শীৰ্ষ বিষয়াগৰাকীয়ে মেঘালয়ত বাংলাদেশৰ সীমান্তৰ সৈতে থকা সীমান্ত চকী সতৰ্ক থকা বুলি উল্লেখ কৰি বাংলাদেশ সীমান্ত বাহিনীৰ অনুপ্ৰৱেশৰ কোনো সুৰুঙা নাই বুলি মন্তব্য কৰে।

আনহাতে, মুক্তাপুৰ গাঁৱবাসীয়ে বাংলাদেশী সীমান্ত বাহিনীয়ে নিশাৰ ভাগত অনুপ্ৰৱেশ কৰি তেওঁলোকক হাৰাশাস্তি কৰাৰ আশংকা প্ৰকাশ কৰে।

গাঁৱবাসীয়ে বাংলাদেশ সীমান্ত বাহিনীয়ে অনুপ্ৰৱেশ কৰাৰ পাছৰে আৰু বিএছএপে গ্ৰহণ কৰা নীৰৱ ভূমিকাৰ বাবে শংকিত হৈ আছে। সীমান্তবাসী গাঁৱখনৰ বাসিন্দাসকলে বাংলাদেশ ৰাইফলছে কেনেকৈ পিৰদিয়াহত প্ৰৱেশ কৰি কেইদিন ধৰি গাঁৱবাসীক আৱদ্ধ কৰি ৰাখিছিল সেইকথা ভালকৈ মনত ৰাখিছে।

মুক্তাপুৰ পিৰদিয়াহ গাঁৱৰ পৰা প্ৰায় ২০ কিলোমিটাৰ আঁতৰত অৱস্থিত। ২০০১ চনত বিডিআৰে কেইদিনৰ বাবে পিৰদিয়াহ দখল কৰি সেয়া বাংলাদেশৰ অংশ বুলি দাবী কৰিছিল।

Recent News

সমাজসেৱী অঞ্জন লাল চৌধুৰীৰ দেহাৱসান

সমাজসেৱী অঞ্জন লাল চৌধুৰীৰ দেহাৱসান

ইজৰাইলৰ স্পাইচ-২৫০-এ বিধ্বংসী আঘাত হানিছে ইৰাণত!  চীন আৰু পাকিস্তানৰ হুমকিৰ প্ৰতি লক্ষ্য ৰাখি  সেই অস্ত্ৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ভাৰতে

ইজৰাইলৰ স্পাইচ-২৫০-এ বিধ্বংসী আঘাত হানিছে ইৰাণত! চীন আৰু পাকিস্তানৰ হুমকিৰ প্ৰতি লক্ষ্য ৰাখি সেই অস্ত্ৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ভাৰতে

ইৰাণে আকাশমাৰ্গ মুকলি কৰিলে ভাৰতীয় বিমানৰ বাবে! আজি নিশা দিল্লীত উপস্থিত হ’ব ছাত্ৰ-ছাত্ৰীৰ প্ৰথমটো দল

ইৰাণে আকাশমাৰ্গ মুকলি কৰিলে ভাৰতীয় বিমানৰ বাবে! আজি নিশা দিল্লীত উপস্থিত হ’ব ছাত্ৰ-ছাত্ৰীৰ প্ৰথমটো দল

শিক্ষাই দেখুৱাব জীৱনৰ বাট! প্ৰেৰণা এনজিঅ’ আৰু দিল্লীৰ কালিবাৰীৰ উদ্যোগত পথৰ শিশুসকলক শিক্ষামূলক সামগ্ৰী বিতৰণ

শিক্ষাই দেখুৱাব জীৱনৰ বাট! প্ৰেৰণা এনজিঅ’ আৰু দিল্লীৰ কালিবাৰীৰ উদ্যোগত পথৰ শিশুসকলক শিক্ষামূলক সামগ্ৰী বিতৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd