• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শুকুৰবাৰৰ পৰা পুনৰ অব্যাহত থাকিব ইণ্টাৰচিটি যাত্ৰীবাহী ৰে’ল সেৱা : এন এফ আৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2019 6:54 pm
NFR-750x375

ভগ্ন ৰে'লপথ মেৰামতি কৰি থকা অৱস্থাত

603
VIEWS
Share on FacebookShare on Twitter

প্রবল বৰষুণৰ ফলত ৰে’লপথ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে বাতিল কৰা ইণ্টাৰচিটি এক্সপ্ৰেছৰ সেৱা পুনৰ শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব বুলি উত্তৰ-পূৱ সীমান্ত ৰে’লৱে উল্লেখ কৰে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিভাগীয় কৰ্তৃপক্ষই টুইটাৰযোগে বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে।

অতিপাত বৃষ্টিপাতৰ বাবে আলিপুৰদুৱাৰ ডিভিজনৰ অন্তৰ্গত জোৰাই আৰু কামাখ্যাগুৰি ৰে’ল ষ্টেশ্যনৰ মাজৰ ৰে’লপথ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়।

বুধবাৰে উত্তৰ-পূব সীমান্ত ৰে’লৱে নিউ কোচবিহাৰ আৰু বঙাইগাঁৱৰ মাজত থকা ৰে’ল আলি ক্ষতিগ্ৰস্ত হোৱা বুলি উল্লেখ কৰিছিল যাৰ বাবে বহু যাত্ৰীবাহী ৰে’লগাড়ী বিভিন্ন ষ্টেশ্যনত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল।

Braving very heavy rains and surging flood waters, workers have worked day and night to restore the damaged railway track between Jorai and Kamakhyaguri of Alipurduar division. Mail express trains have started running normally and intercity passengers to resume from tomorrow pic.twitter.com/yuKwgS5r7h

— Northeast Frontier Railway (@RailNf) July 25, 2019

বৰষুণৰ বাবে জোৰাই আৰু কামাখ্যাগুৰিৰ মাজত ক্ষতিগ্ৰস্ত হোৱা ৰে’ল পথছোৱাৰ মেৰামতিৰ কাম উত্তৰ-পূব সীমান্ত ৰে’লৱে দিনে-নিশাই কৰি আছে।

ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতিৰ কামৰ অগ্ৰগতি সম্বন্ধে উত্তৰ-পূব সীমান্ত ৰে’লৱে এনেদৰে টুইট কৰে-

‘‘প্ৰবল বৰষুণ আৰু বানপানীৰ মাজতে আমাৰ কৰ্মচাৰীসকলে জোৰাই আৰু কামাখ্যাগুৰিৰ মাজৰ ভগ্ন ৰে’লপথছোৱা মেৰামতিৰ কাম দিনে নিশাই কৰি আছে’’।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তৰফৰ পৰা মেইল এক্সপ্ৰেছ ৰে’লগাড়ীসমূহ স্বাভাৱিকভাৱে চলিবলৈ আৰম্ভ কৰিছে বুলি উল্লেখ কৰাৰ লগতে ইণ্টাৰচিটি এক্সপ্ৰেছ ৰে’লগাড়ীসমূহ শুকুৰবাৰৰ পৰা চলাচল কৰিব বুলি কয়।

ৰে’লপথ ক্ষতিগ্ৰস্ত হোৱা বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱে বৃহস্পতিবাৰে ১০ খন ৰে’লৰ চলাচল বাতিল কৰিছিল।

বাতিল কৰা ৰে’লসমূহৰ ভিতৰত বেছিসংখ্যক ৰে’ল আলিপুৰদুৱাৰ ডিভিজনৰ অন্তৰ্গত অসমত চলাচল কৰা ফাষ্ট যাত্ৰীবাহী, ডেমু স্পেচিয়েল আৰু ইণ্টাৰচিটি এক্সপ্ৰেছ।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd