• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শুকুৰবাৰৰ পৰা পুনৰ অব্যাহত থাকিব ইণ্টাৰচিটি যাত্ৰীবাহী ৰে’ল সেৱা : এন এফ আৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2019 6:54 pm
NFR-750x375

ভগ্ন ৰে'লপথ মেৰামতি কৰি থকা অৱস্থাত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্রবল বৰষুণৰ ফলত ৰে’লপথ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে বাতিল কৰা ইণ্টাৰচিটি এক্সপ্ৰেছৰ সেৱা পুনৰ শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব বুলি উত্তৰ-পূৱ সীমান্ত ৰে’লৱে উল্লেখ কৰে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিভাগীয় কৰ্তৃপক্ষই টুইটাৰযোগে বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে।

Apply Now

অতিপাত বৃষ্টিপাতৰ বাবে আলিপুৰদুৱাৰ ডিভিজনৰ অন্তৰ্গত জোৰাই আৰু কামাখ্যাগুৰি ৰে’ল ষ্টেশ্যনৰ মাজৰ ৰে’লপথ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়।

বুধবাৰে উত্তৰ-পূব সীমান্ত ৰে’লৱে নিউ কোচবিহাৰ আৰু বঙাইগাঁৱৰ মাজত থকা ৰে’ল আলি ক্ষতিগ্ৰস্ত হোৱা বুলি উল্লেখ কৰিছিল যাৰ বাবে বহু যাত্ৰীবাহী ৰে’লগাড়ী বিভিন্ন ষ্টেশ্যনত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল।

Braving very heavy rains and surging flood waters, workers have worked day and night to restore the damaged railway track between Jorai and Kamakhyaguri of Alipurduar division. Mail express trains have started running normally and intercity passengers to resume from tomorrow pic.twitter.com/yuKwgS5r7h

— Northeast Frontier Railway (@RailNf) July 25, 2019

বৰষুণৰ বাবে জোৰাই আৰু কামাখ্যাগুৰিৰ মাজত ক্ষতিগ্ৰস্ত হোৱা ৰে’ল পথছোৱাৰ মেৰামতিৰ কাম উত্তৰ-পূব সীমান্ত ৰে’লৱে দিনে-নিশাই কৰি আছে।

ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতিৰ কামৰ অগ্ৰগতি সম্বন্ধে উত্তৰ-পূব সীমান্ত ৰে’লৱে এনেদৰে টুইট কৰে-

‘‘প্ৰবল বৰষুণ আৰু বানপানীৰ মাজতে আমাৰ কৰ্মচাৰীসকলে জোৰাই আৰু কামাখ্যাগুৰিৰ মাজৰ ভগ্ন ৰে’লপথছোৱা মেৰামতিৰ কাম দিনে নিশাই কৰি আছে’’।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তৰফৰ পৰা মেইল এক্সপ্ৰেছ ৰে’লগাড়ীসমূহ স্বাভাৱিকভাৱে চলিবলৈ আৰম্ভ কৰিছে বুলি উল্লেখ কৰাৰ লগতে ইণ্টাৰচিটি এক্সপ্ৰেছ ৰে’লগাড়ীসমূহ শুকুৰবাৰৰ পৰা চলাচল কৰিব বুলি কয়।

ৰে’লপথ ক্ষতিগ্ৰস্ত হোৱা বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱে বৃহস্পতিবাৰে ১০ খন ৰে’লৰ চলাচল বাতিল কৰিছিল।

বাতিল কৰা ৰে’লসমূহৰ ভিতৰত বেছিসংখ্যক ৰে’ল আলিপুৰদুৱাৰ ডিভিজনৰ অন্তৰ্গত অসমত চলাচল কৰা ফাষ্ট যাত্ৰীবাহী, ডেমু স্পেচিয়েল আৰু ইণ্টাৰচিটি এক্সপ্ৰেছ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd