• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চালান দিওঁতেই যাব পাৰে আপোনাৰ আধা দৰমহা: চাওক ক’ত কিমান টকাৰ জৰিমনা ভৰিব লাগিব আপুনি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 26, 2019 1:34 pm
Fine-drunk-driving-license-traffic-offences-motor-bill-facts-india

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মটৰ ভেহিকল এমেণ্ডমেন্ট বিল লোকসভাত গৃহীত হৈ গ’ল। এই বিলত কেইটামান কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ট্ৰেফিক নিয়ম উলংঘা কৰাৰ বাবে পূৰ্বৰ তুলনাত এতিয়া ৩০ গুণ পৰ্যন্ত অধিক জৰিমনা ভৰিবলগীয়া হ’ব পাৰে।

ইয়াৰ উপৰি কেইটামান গোচৰত গাড়ীৰ মালিকৰ জে’ল পৰ্যন্ত হ’ব পাৰে। অৱশ্যে, এই বিল কেৱল লোকসভাত গৃহীত হৈছে আৰু ৰাজ্যসভাত এতিয়াও গৃহীত হ’বলৈ বাকী আছে।

Apply Now

এনেক্ষেত্ৰত বিলখন যদি ৰাজ্যসভাতো গৃহীত হৈ যায় তেতিয়াহ’লে কেইটামান ট্ৰেফিক নিয়মত বৃহৎ সলনি ঘটিব। এই বৃহৎ সলনিয়ে কি কি বিষয় সামৰিছে এবাৰ চাই লওঁ আহক :-

১. ধাৰা (১৭৭)-সাধাৰণ চালান

ছিংগল চালানত পূৰ্বে ১০০ টকা জৰিমনা আদায় দিবলগীয়া আছিল যদিও এতিয়া সেয়া ৫০০ টকা হ’ব।

২. ধাৰা ১৭৭ (এ)- পথৰ নিয়ম ভংগ

পূৰ্বে ১০০ টকা জৰিমনা দিবলগীয়া আছিল যিটো এতিয়া সেয়া ৫০০ টকা হ’ব।

৩. ধাৰা ১৭৮- বিনা টিকটেৰে যাত্ৰা

পূৰ্বে ২০০ টকাৰ জৰিমনাৰ ঠাইত এতিয়া এই জৰিমনা ৫০০ টকালৈ বৃদ্ধি পাব।

৪. ধাৰা (১৭৯)-কৰ্তৃপক্ষৰ আদেশ অমান্য

পূৰ্বে ৫০০ টকাৰ জৰিমনা আছিল আৰু সেয়া এতিয়া ২০০০ টকালৈ বৃদ্ধি পাব।

৫. ধাৰা(১৮০)-বিনা অনুজ্ঞাপত্ৰৰে অকৰ্তৃত্বশীল বাহন চলোৱা

পূৰ্বে ১০০০ টকাৰ জৰিমনা বিহা হৈছিল যদিও সেয়া এতিয়া ৫০০০ টকালৈ বৃদ্ধি কৰা হ’ব।

৬. ধাৰা (১৮১)-বিনা অনুজ্ঞাপত্ৰৰে গাড়ী চলোৱা

পূৰ্বে ৫০০ টকাৰ ঠাইত এতিয়া এই জৰিমনা বৃদ্ধি পাব ৫০০০ টকালৈ।

৭. ধাৰা(১৮২)-বিনা যোগ্যতাৰে গাড়ী চলোৱা

পূৰ্বে এই জৰিমনা ৫০০ টকা আছিল যদিও এতিয়া সেয়া ১০,০০০ টকালৈ বৃদ্ধি কৰা হ’ব।

৮. ধাৰা (১৮১ বি)- অভাৰচাইজ বাহন চলোৱা

বিলখনত এইটো নতুনকৈ নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ বাবে ৫০০০ টকাৰ জৰিমনা ভৰিব লাগিব।

৯. ধাৰা(১৮৩)-গাড়ীৰ গতিবেগ অমান্য কৰিলে

পূৰ্বে ৪০০ টকাৰ ঠাইত এতিয়া ২০০০ টকা জৰিমনা ভৰিব লাগিব।

১০. ধাৰা(১৮৪)-বিপদজনক চালনাৰ বাবে পেনাল্টি

পূৰ্বে ইয়াৰ বাবে ১০০০ টকা জৰিমনা বিহা হৈছিল যদিও এতিয়া ইয়াৰ বাবে ৫০০০ টকা জৰিমনা ভৰিব লাগিব।

১১. ধাৰা (১৮৫)-মদ্যপান কৰি গাড়ী চলোৱাৰ বাবে

পূৰ্বে ২০০০ টকাৰ জৰিমনাৰ ঠাইত এতিয়া ১০,০০০ টকাৰ জৰিমনা ভৰিব লাগিব।

১২. ধাৰা (১৮৯)-প্ৰতিযোগিতা কৰাৰ বাবে

পূৰ্বে ৫০০ টকাৰ জৰিমনা বিহা হৈছিল যিটো এতিয়া ৫০০০ টকালৈ বৃদ্ধি কৰা হ’ব।

১৩. ধাৰা (১৯২-এ)- বিনা পাৰ্মিটেৰে গাড়ী চলালে

পূৰ্বে ৫০০০ টকাৰ ঠাইত এতিয়া ভৰিব লাগিব ১০,০০০ টকাৰ জৰিমনা।

১৪. ধাৰা(১৯৩)- অনুজ্ঞাপত্ৰ সম্বন্ধীয় চৰ্ত উলংঘা কৰিলে

নতুন বিলখনত এই নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ বাবে আপোনাক ২৫,০০০ টকাৰ পৰা ১লাখ টকালৈকে জৰিমনা বিহিব পাৰে।

১৫. ধাৰা(১৯৪)-অভাৰলোডিঙৰ (অতিৰিক্ত বোজা কঢ়িওৱাৰ) বাবে

পূৰ্বে ২০০০ টকা আৰু প্ৰতি টনৰ বাবে অতিৰিক্ত ১০০০ টকা দিবলগীয়া আছিল। এতিয়া ২০০০ টকা আৰু প্ৰতি টনৰ বাবে ২০০০ টকা অতিৰিক্ত দিব লাগিব।

১৬. ধাৰা(১৯৪-এ)-যাত্ৰীৰ অতিৰিক্ত বোজা কঢ়িয়ালে

এই বিলখনত নতুনকৈ এই নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ বাবে প্ৰতিজন যাত্ৰীৰ বাবদ ১০০০ টকা জৰিমনা দিব লাগিব।

১৭. ধাৰা (১৯৪ বি)-ছীটবেল্ট পৰিধান নকৰিলে

পূৰ্বে ১০০ টকাৰ ঠাইত এই জৰিমনা বঢ়াই ১০০০ টকা কৰা হৈছে।

১৮. ধাৰা(১৯৪ চি) –দুচকীয়া বাহনত অধিক আৰোহী

পূৰ্বতে ১০০ টকা জৰিমনা আছিল যদিও এতিয়া ইয়াক ২০০০ টকালৈকে বৃদ্ধি কৰা হৈছে।

১৯. ধাৰা (১৯৪ ই)- জৰুৰীকালীন বাহনক ৰাস্তা এৰি নিদিয়া (এম্বুলেন্স আদি)

এইটো নতুন নিয়ম বিলখনত অন্তৰ্বুক্ত কৰা হৈছে। ইয়াৰ বাবে ১০,০০০ টকালৈকে জৰিমনা বিহা হ’ব।

২০. ধাৰা (১৯৬)-বীমা অবিহনে ড্ৰাইভিং

পূৰ্বে ১০০০ টকাৰ ঠাইত এতিয়া এই জৰিমনা ২০০০ টকালৈ বৃদ্ধি কৰা হৈছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd