• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৱধান! : কেৱল শকতেই নহয়, ফাষ্ট ফুডৰ পৰা হ’ব পাৰে এই ৫ টা ডাঙৰ লোকচান

এন ই নাও নিউজ by এন ই নাও নিউজ
July 27, 2019 10:51 am
1024_pixah_1564034693_618x347

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফাষ্ট ফুড যে শৰীৰৰ বাবে ভাল নহয় সেই কথা কম বেছি পৰিমানে আজিকালি সকলোৱে জানে। কিন্তু আপুনি বাৰু জানেনে যে জ্যাংক ফুড খোৱাৰ ফলত কেৱল শকত হোৱাই নহয়, লগতে ই শৰীৰত গুৰুতৰ ৰোগৰ সমস্যাৰো সৃষ্টি কৰিব পাৰে।

জ্যাংক ফুড খোৱাৰ ফলত হোৱা এনেকুৱা কেইটামান ৰোগৰ বিষয়ে জানি লওক আৰু এনে খাদ্য খোৱাৰ ক্ষেত্ৰত সাৱধান হওক।

Apply Now

শৰীৰ ওপৰত চাপ-

পিজ্জা, বাৰ্গাৰ আৰু ফ্ৰাইড খাদ্যসমূহ দৰে দ্যাংক ফুডত নিমখৰ পৰিমান অধিক থকা দেখা যায়। যিবোৰ খোৱাৰ ফলত শৰীৰত ৰক্তচাপ বৃদ্ধিৰ লগতে শৰীৰত পানী জমা হোৱা, শৰীৰ ফুলা আৰু অধিক অৱসাদ আদি সমস্যা দেখা দিব পাৰে।

ছালৰ ওপৰত প্ৰভাৱ-

ফাষ্ট ফুড খোৱাৰ ফলত শৰীৰৰ লগতে আপোনাৰ ছালৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। ফাষ্ট ফুড খোৱাৰ ফলত শৰীৰত শালমনকে ধৰি দাগ আদি হোৱা দেখা যায়। দৰাচলতে ফাষ্ট ফুড খোৱাৰ ফলত শৰীৰত হৰম’নৰ অসন্তুলন হ’বলৈ আৰম্ভ কৰে। ইয়াৰ বাবে ছালত দাগ-শেতা পৰা আদি হোৱা দেখা যায়।

w
প্ৰতিনিধিত্বমূলক ফটো

নিদ্ৰাহীনতা-

ফাষ্ট ফুড খোৱাসকলৰ ভিতৰত বহুত কম লোকে এইটো জানে যে তেওঁৰ পছন্দৰ খাদ্য এই ফাষ্ট ফুডে শৰীৰ প্ৰভাৱ পেলোৱাৰ লগতে তেওঁৰ টোপনিকো বহু পৰিমানে প্ৰভাৱিত কৰে। ফাষ্ট ফুড খোৱাৰ ফলত নিউৰোকেমিকেল প্ৰক্ৰিয়া প্ৰভাৱিত হয়। যাৰ ফলত ব্যক্তিৰ টোপনি নহা আৰু নিদ্ৰাৰ সময়ত উচপিচনি লাগিবলৈ আৰম্ভ কৰে।

চুলি সৰা –

ফাষ্টফুড খোৱাৰ ফলত আটাইতকৈ অধিক লোকচান হয় চুলিৰ। সজীৱ খাদ্যৰ তুলনাত প্ৰচেছড আৰু ফাষ্ট ফুডত পুষ্টি বহু কম পৰিমান থাকে। ইয়াৰ বাবে চুলিয়ে পৰ্যাপ্ত পৰিমানৰ পুষ্টি নাপায়। তাৰ ফলত কিছুদিনৰ ভিতৰতে চুলি শুকান-ৰুক্ষ হৈ পৰে আৰু সৰিবলৈ আৰম্ভ কৰে।

ডায়েবিটিজ-

ফাষ্ট ফুডত চেনিও পোৱা যায় যিয়ে আমাৰ শৰীৰত ব্লাড ছুগাৰৰ পৰিমান বৃদ্ধি কৰে। ইয়াৰ ফলত ব্যক্তি ডায়েবিটিজ বা আন ৰোগত আক্ৰান্ত হ’ব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd