• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“উচ্চ-নীচ ব্যৱস্থাটোকহে মাৰিব লাগে বুলি ক’ব খুজিছিলো”, ক্ষমা খুজি জুবিন গাৰ্গে ক’লে ভঙাগড় থানাত

"মই বড়োৰ লগত বড়ো হৈছো, কাৰ্বিৰ লগত কাৰ্বি হৈছো, মিচিঙৰ লগত মিচিং হৈছো, বামুণ হিচাপে জীয়াই থকা নাই।”

শান্তনু শইকীয়া by শান্তনু শইকীয়া
July 29, 2019 10:28 pm
Zubeen Garg

ফটোৰ উৎস : জুবিন গাৰ্গৰ ফেইচবুক পেইজ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৬ জুলাইত গুৱাহাটীত এটা সাংস্কৃতিক কাৰ্য্যসূচীৰ সময়ত “বামুণক মাৰিব লাগে” বুলি কৰা বিতৰ্কিত মন্তব্যৰ বাবে আজি ভঙাগড় আৰক্ষী থানাত হাজিৰ হ’ব লগীয়া হয় শিল্পী জুবিন গাৰ্গ।

জানিব পৰামতে, ভঙাগড় থানাত ইন্দ্ৰজিত শৰ্মা নামৰ এজন লোকে দিয়া এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু হৈছিল।

Apply Now

ৰাজ্যৰ আন কেইবা ঠাইতো শিল্পীজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল বিভিন্ন পক্ষই।

ঘটনাস্থল (জি এম চি এইছ প্ৰেক্ষাগৃহ) যিহেতু ভঙাগড় আৰক্ষী থানাৰ অধীনত পৰে, গতিকে আৰক্ষীয়ে জুবিনক ভঙাগড় থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল।

শিল্পীজনে ভঙাগড় থানাত উপস্থিত হৈ তেওঁ নিজৰ মন্তব্যটো আকস্মিকভাৱে ভুলকৈ ওলোৱা বুলি স্বীকাৰ কৰে আৰু ব্ৰাহ্মণ সমাজে অন্তৰত দুখ পোৱা বুলি জানি কয়, “sorry আৰু ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা বিচাৰিছো”।

“হাই কাষ্ট, ল’ কাষ্ট যে নাইকিয়া কৰিব লাগে সেই কনচেপ্টটোত বিশ্বাস কৰো, সেই কথাটো ক’বলৈ গৈয়ে বামুণ শব্দটো ওলাই গ’ল।” শিল্পীজনে সংবাদ মাধ্যমৰ আগত কয়।

নিজে এজন সাধাৰণ লোক হিচাপে জীয়াই থকাৰ স্থিতি দোহাৰি শিল্পীজনে কয়, “মই নিজে এজন বামুণ ল’ৰা, যদিও মই বামুণ হিচাপে নাথাকো। মই বড়োৰ লগত বড়ো হৈছো, কাৰ্বিৰ সৈতে কাৰ্বি হৈছো, মিচিঙৰ লগত মিচিং হৈছো, বাগানীয়াৰ লগত বাগানীয়া হৈছো, বামুণ হিচাপে জীয়াই থকা নাই।”

“মই এখন শুদ্ধ অসমীয়া সমাজ বিচাৰো, য’ত উচ্চ আৰু নীচ নাই। এখন কাষ্টলেছ ছচাইটি বিচাৰো”, থানাত নিজৰ ভাষ্য দি উঠি সংবাদ মাধ্যমৰ আগত জুবিনৰ মন্তব্য।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd