• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙাত পহৰা দিয়া প্ৰশিক্ষিত কুকুৰ কোৱামীলৈ আন্তঃৰাষ্ট্ৰীয় সংগঠন ‘ট্ৰেফিক’ৰ বিশেষ বঁটা

উত্তম শইকীয়া by উত্তম শইকীয়া
July 30, 2019 10:05 pm
Kowami recive award

কাজিৰঙাত পহৰা দিয়া কোৱামী

1.6k
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যা প্ৰতিৰোধৰ বাবে বনকৰ্মী সকলৰ দুঃসাহসিক অভিযানৰ লগতে আৰক্ষী আৰু সৰ্বসাধাৰণৰ সৈতে এক গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াই আহিছে এজনী কুকুৰে।

বিগত সময়ছোৱাত কাজিৰঙাৰ বিশ্বনাথ বনসংমণ্ডলত কৰ্মৰত ‘কোৱামী’ নামৰ এজনী উচ্চ প্ৰশিক্ষিত কুকুৰে চোৰাং চিকাৰ প্ৰতিহত কৰাৰ বাবে সহায় আগবঢ়াই আহিছে।

‘কোৱামী’ নামৰ জাৰ্মান চেফাৰ্ড প্ৰজাতিৰ প্ৰশিক্ষিত কুকুৰ জনীয়ে বিগত সময়ছোৱাত চোৰাং চিকাৰী কৰায়ত্ব কৰাৰ লগতে চিকাৰীয়ে লুকুৱাই থোৱা বন্দুক-বাৰুদো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

চোৰাং চিকাৰ প্ৰতিৰোধৰ বাবে আগবঢ়োৱা এই সেৱাৰ বাবেই আন্তঃৰাষ্ট্ৰীয় সংগঠন ‘ট্ৰেফিকে’ কোৱামীলৈ ‘Canines for Felines’ নামৰ এক বিশেষ বঁটা আগবঢ়াইছে।

‘ট্ৰেফিক’ নামৰ সংগঠনটোৰ তৰফৰ পৰা ‘কোৱামী’ৰ প্ৰতিপালনৰ বাবে ১৫ হাজাৰ টকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক দিয়াৰ উপৰিও কোৱামীৰ কেয়াৰ টেকাৰ লক্ষীনন্দন বৰুৱা আৰু তেওঁ সহযোগী জনচন টেৰনকো পুৰস্কৃত কৰা হয়।

গোৱালিয়ৰত ২০১৭ চনত বন্যপ্ৰাণী স্নিফাৰ ডগ প্ৰশিক্ষণত আন ১৩ টা কুকুৰৰ সৈতে কোৱামীকো প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল ৷ প্ৰশিক্ষণকালত কোৱামীয়ে ব্ৰেভ’ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছিল।

বিগত ২৯ জুলাইত কাজিৰঙাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসত কোৱামীৰ লগতে প্ৰতিপালক লক্ষী নন্দন বৰুৱা আৰু জনচন টেৰঙকো কাজিৰঙাৰ কৰ্তৃপক্ষই সম্বৰ্ধনা জনায় ৷

 

 

Recent News

কোনো ৰেহাই নাই! ইজৰাইলৰ নৌসেনাই আটক কৰিলে গ্ৰেটা থুনবাৰ্গসহ পেলেষ্টাইনমুখী সাহায্যবাহী নাও

কোনো ৰেহাই নাই! ইজৰাইলৰ নৌসেনাই আটক কৰিলে গ্ৰেটা থুনবাৰ্গসহ পেলেষ্টাইনমুখী সাহায্যবাহী নাও

জি এছ টি পৰ্টেলৰ তথ্য মুকলি বজাৰত, ৩ৰ পৰা ১৫ হাজাৰ টকাত বিক্ৰী; অভিযোগক লৈ উদাসীন কেন্দ্ৰ

জি এছ টি পৰ্টেলৰ তথ্য মুকলি বজাৰত, ৩ৰ পৰা ১৫ হাজাৰ টকাত বিক্ৰী; অভিযোগক লৈ উদাসীন কেন্দ্ৰ

হানিমুনত স্বামীক হত্যাৰ ষড়যন্ত্ৰ সোণমৰে! মেঘালয়ৰ ঘটনাত নতুন চাঞ্চল্য; আৰক্ষীৰ জালত পত্নীসহ ৪জন

হানিমুনত স্বামীক হত্যাৰ ষড়যন্ত্ৰ সোণমৰে! মেঘালয়ৰ ঘটনাত নতুন চাঞ্চল্য; আৰক্ষীৰ জালত পত্নীসহ ৪জন

বিশ্ববিদ্যালয় চৌহদত জাৰী কৰা নীতি নিয়ম সম্পৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ে দিলে স্পষ্টীকৰণ

বিশ্ববিদ্যালয় চৌহদত জাৰী কৰা নীতি নিয়ম সম্পৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ে দিলে স্পষ্টীকৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd