• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰতীক হাজেলাক প্ৰত্যাহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 31, 2019 9:35 pm
525
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অসমৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক প্ৰত্যাহ্বান জনাইছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

‘প্ৰতীক হাজেলাক আমি প্ৰত্যাহ্বান জনাইছো, কোন তাৰিখে তেওঁক উচ্চতম ন্যায়ালয়ে ২৭ শতাংশ পুনৰীক্ষণ কৰিবলৈ নিৰ্দেশনা দিলে? কোনটো ৰায়ৰ আধাৰত হাজেলা বা এন আৰ চি কতৃপক্ষই ২৭ শতাংশ পুনৰীক্ষণ কৰিলে সেই কথা জানিব বিচাৰিছো।‘ সংবাদ মাধ্যমৰ জৰিয়তে আজি ৰাজ্যিক সমন্বয়ক গৰাকীক দাসে এইদৰে প্ৰত্যাহ্বান জনায়।

উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা কোনো নিৰ্দেশনা নোপোৱাকৈ হাজেলাই কেনেকৈ এন আৰ চিৰ ২৭ শতাংশ পুনৰীক্ষণ কৰিলে বুলি প্ৰশ্ন কৰি দাসে লগতে কয়, ‘যদি উচ্চতম ন্যায়ালয়ে তেওঁক কৈছিল, তেন্তে ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰক কিয় অন্ধকাৰত ৰাখিলে?’।

‘২৭ শতাংশ পুনৰীক্ষণ কৰিম বুলি বা এইসমূহ এলেকাত পুনৰীক্ষণ কৰিম বুলি এন আৰ চি কতৃপক্ষই ক’ত বিজ্ঞাপন দিলে বা ৰাইজক অৱগত কৰিলে সেই কথা সংবাদমাধ্যমৰ জৰিয়তে অৱগত কৰক।‘ ৰাজ্যিক সমন্বয়ক গৰাকীলৈ দাসৰ আহ্বান।

ইপিনে, ৰাজ্য চৰকাৰে বিচৰা অনুসৰি ২০ শতাংশ পুনৰীক্ষণ হোৱা হেতেন মানুহৰ মাজত ভ্ৰান্ত ধাৰণা নাথাকিল হেতেন বুলি মন্তব্য কৰি দাসে কয় ‘এতিয়া ভ্ৰান্ত ধাৰণা থাকি যাব‘।

বাস্তৱক্ষেত্ৰত এইখন এন আৰ চি শুদ্ধ  হৈছে নে সেয়া ৩১ আগষ্টতহে গম পোৱা যাব বুলি মন্তব্য কৰি তেওঁ লগতে কয়, ‘যদি শুদ্ধ এন আৰ চি হয়, তেন্তে ক’বলগীয়া একো নাথাকিব, যদি কেৱল এন আৰ চি হয় তেন্তে ১২০০ কোটি টকা ৰাজ্য চৰকাৰৰ অপচয় হোৱাৰ লগতে ৪০ হাজাৰ কৰ্মচাৰীৰ সময়বোৰ অপচয় হ’ব।‘

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd