• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপেটাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰপেটা জিলা শাখাৰ ৩৪সংখ্যক অধিবেশন : হৰিনামেৰে মুখৰিত বৰপেটা

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
January 28, 2018 4:03 pm
barpeta
186
VIEWS
Share on FacebookShare on Twitter

সত্ৰনগৰী বৰপেটাত কালিৰে পৰা আৰম্ভ হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰপেটা জিলা শাখাৰ ৩৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰাত হৰিনামেৰে মুখৰিত হৈ পৰে সত্ৰ নগৰী বৰপেটা ৷

দিনৰ প্ৰায় দহ  বজাত ধীৰেন্দ্ৰ নাথ পাঠকে পতাকা উত্তোলনৰ পিছতে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে সংঘৰ জিলা সমিতিক  প্ৰাক্তন সম্পাদক কমলকৃষ্ণ দাসে ৷

শোভাযাত্ৰাত বৰপেটা জিলাৰ লগতে অইন জিলাৰ বাপ বান্ধৱ আই মাতৃসকলে অংশগ্ৰহণ কৰি হৰিনামেৰে মুখৰিত কৰি তোলে ৷

ইয়াৰ পিছতে সংঘৰ বৰপেটা জিলা সমিতিৰ সভাপতি ধীৰেন্দ্ৰ নাথ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হয় ধৰ্মালোচনা সভা ৷ দীনেশ দাসে উদ্বোধন কৰা এই সভাত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে শৰণ সদস্য অক্ষয় উজিৰে ৷

সভাত শিশু বক্তা হিচাপে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায় বেদান্ত কুমাৰ দাস আৰু সোণমনি দাসে ৷ সুজাতা দাস আৰু জোনালী দাসেও যুৱ বক্তা হিচাপে ভাষণ প্ৰদান কৰে ৷

সভাত অসম শক্তি পৰিবহন আৰু সংবহন কোম্পানীৰ গোৱালপাৰা সংমণ্ডলৰ প্ৰৱন্ধক গোপেশ চন্দ্ৰ ঠাকুৰীয়াই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি একশৰণ হৰি নাম ধৰ্ম আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওপৰত বক্তব্য আগবঢ়ায় ৷

ধৰ্মালোচনা সভাৰ পিছতে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত  বাৰ্ষিক অধিবেশনৰ সামৰণি পৰিব ৷

Recent News

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

কেৰালাত নিপা ভাইৰাচৰ আতংক! জাৰি কৰা হৈছে সতৰ্কবাণী

কেৰালাত নিপা ভাইৰাচৰ আতংক! জাৰি কৰা হৈছে সতৰ্কবাণী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd