• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বদৰুদ্দিন আজমলে সমৰ্থন নকৰে তিনি তালাক বিৰোধী আইন; ক’লে বিজেপি মুছলমান বিৰোধী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 1, 2019 3:45 pm
Triple Talaq Bill

বদৰুদ্দিন আজমল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যসভাত মুছলমানসকলৰ বিবাহ বিচ্ছেদ বিষয়ক তিনি তালাক বিধেয়ক গৃহীত হোৱাৰ পাছত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈ পৰিছে ইছলাম ধৰ্মালম্বী বিভিন্ন দল-সংগঠন সমূহ।

লোকসভাৰ সাংসদ তথা এ আই য়ু ডি এফ প্ৰধান বদৰুদ্দিন আজমলেও তিনি তালাক বিধেয়কখনৰ বিৰোধিতা কৰি এই আইনক কেতিয়াও সমৰ্থন নকৰো বুলি মন্তব্য কৰে।

Apply Now

হোজাইত সংবাদ মাধ্যমৰ আগত তিনি তালাক সম্পৰ্কে মত প্ৰকাশ কৰি আজমলে হিন্দু সমাজৰ মাজত তালাক প্ৰক্ৰিয়া মুছলমান সমাজতকৈ বেছি বুলি কয়।

আনহাতে, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনক মুছলমান বিৰোধী আখ্যা দি আজমলে বিজেপিয়ে মুছলমান বিৰোধী বিধেয়ক আনিবই আৰু ইয়াক গৃহীত কৰিবৰ বাবে চেষ্টা কৰিবই কিন্তু এনে মৌলিক অধিকাৰ ভংগ কৰিব পৰা আইন মুছলমান সমাজে কেতিয়াও স্বীকাৰ নকৰে বুলি উল্লেখ কৰে।

লগতে পঢ়ক : ৰাজ্যসভাত গৃহীত তিনি তালাক বিধেয়ক; ঐতিহাসিক আখ্যা অসমৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ

তদুপৰি ইছলাম ধৰ্মত তিনি তালাক বহু দূৰৰ কথা এক তালাককে বেয়া কাম বুলি কোৱা হয় বুলিও সাংসদগৰাকীয়ে মন্তব্য কৰে।

উল্লেখযোগ্য যে, বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্য্যকালৰ বাবে ক্ষমতালৈ অহাৰ পাছতে লোকসভাত তিনি তালাক বিধেয়কখন গৃহীন কৰা হৈছিল আৰু ৰাজ্যসভাৰ অনুমোদনৰ বাবে পঠোৱা হৈছিল।

বিগত সপ্তাহত ৰাজ্যসভাতো বিধেয়কখন গৃহীত হয় আৰু ৰাষ্ট্ৰপতিৰ অনুমোদন লাভৰ বাবে বিধেয়কখন ৰাষ্ট্ৰপতিৰ ওচৰলৈ পঠোৱা হৈছে। ৰাষ্ট্ৰপতিৰ অনুমোদন লাভৰ পাছতে তিনি তালাক বিধেয়ক আইনত পৰিণত হ’ব।

তিনি তালাক বিধেয়ক আইনত পৰিণত হ’লে তিনিবাৰ তালাক বুলি উচ্চাৰণ কৰি বিবাহ বিচ্ছেদ দিয়া অভিযুক্তসকলক তিনি বছৰলৈ কাৰাদণ্ড বিহা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd