• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম্যানমাৰত আৰাকান আৰ্মিৰ গাঁৱবাসীক মুক্তিৰ বিতৰ্কিত প্ৰসংগ

য়ু বা টিন by য়ু বা টিন
August 2, 2019 12:25 pm
arakan-army-1140x570

আৰাকান আৰ্মি বিদ্ৰোহীৰ ফাইল ফটো। য়ু টিউবৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিচ্ছিন্নতাবাদী আৰাকান আৰ্মিৰ যোদ্ধাসকলে বৃহস্পতিবাৰে দাবী কৰে যে তেওঁলোকে পশ্চিম ম্যানমাৰৰ চীন প্ৰদেশৰ ৫২জন জনগোষ্ঠীয় খুমী গাঁৱবাসীক মুকলি কৰি দিছিল।

আৰাকান আৰ্মিয়ে এই গাঁৱবাসীসকলক আৰাকান আৰ্মি বিদ্ৰোহী আৰু টাটমাড’ সেনাৰ মাজৰ এক যুদ্ধৰ পাছত সেনাই তেওঁলোকক জিম্মাত লোৱাৰ পাছতে সীমান্তৰ এক শিৱিৰত ছয় মাহৰ বাবে আটক কৰি ৰাখিছিল।

Apply Now

ফেব্ৰুৱাৰিৰ প্ৰথম ভাগত সংঘটিত সেই সংঘৰ্ষৰ সময়ত অঞ্চলটোৰ এটা খুমী সংগঠনে আৰাকান আৰ্মিয়ে অপহৰণ কৰা বুলি দাবী কৰা আৰু পাছত সেনাই জিম্মাত লোৱা গাঁৱবাসীসকলৰ মুক্তিৰ দাবী কৰিছিল।

কিন্তু আৰাকান আৰ্মিয়ে অসামৰিক লোকসকলক বলপূৰ্বক লৈ যোৱাৰ কথা অস্বীকাৰ কৰিছিল।

তেওঁলোকে কৈছিল যে তেওঁলোকে চীন প্ৰদেশৰ পালেটৱা চহৰৰ সীমান্তৰ কিন্টালিন গাঁৱৰ ওচৰত সংঘটিত যুদ্ধৰ পাছত গাঁৱবাসীৰ অনুৰোধ মৰ্মে তেওঁলোকক পলাই যোৱাত সহায় কৰিছিল।

ঘটনাটো সন্দৰ্ভত আৰাকান আৰ্মিৰ ভাষ্যৰ সৈতে স্থানীয় বাসিন্দাসকল একমত নহয়।

তেওঁলোকে কয় যে ইয়াৰ সৈনিকসকল কিন্টালিন গাঁৱত আহি উপস্থিত হোৱাৰ পাছত আৰাকান আৰ্মিৰ যোদ্ধাসকলে গাঁৱবাসীক এটা গীৰ্জাত সমবেত হ’বলৈ নিৰ্দেশ দিয়ে।

যেতিয়া তেওঁলোকে ম্যানমাৰ সেনাই জনগোষ্ঠীটোৰ ওপৰত শীঘ্ৰেই বোমা পেলাৱ পাৰে বুলি তেওঁলোকক জনায় তেতিয়া তেওঁলোকে গাঁৱবাসীসকলক সেই স্থান ত্যাগ কৰিবলৈ বাধ্য কৰায়।

আৰাকান আৰ্মি আৰু চৰকাৰী বাহিনীৰ মাজত ৰাখাইন আৰু চীন প্ৰদেশত যুদ্ধই গভীৰ ৰূপ ধাৰণ কৰিছে।

বিদ্ৰোহীসকলে তালাচীৰ মাজতো, আনকি চৰকাৰী বাহিনীয়ে নিছিদ্ৰভাৱে বেৰি ৰখা নগৰীয়া অৱস্থানতো প্ৰৱেশৰ সাহস কৰিছিল।

এই বিদ্ৰোহীসকলৰ কামকাজ ভাৰতৰ বাবে উদ্বেগজনক কিয়নো তেওঁলোকে দিল্লীৰ কালাদন বহুমুখী-আৰ্হিৰ সংযোগী প্ৰকল্পৰ বাবে গুৰুত্বপূৰ্ণ পথ আৰু দলঙৰ কাম কৰি থকা ঠিকাদাৰসকলক অপহৰণ কৰি আহিছে।

য়ু বা টিন

য়ু বা টিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd