• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ ভূস্বৰ্গ জম্মু-কাশ্মীৰত অভাৱনীয় পৰিস্থিতি : গৃহবন্দী প্ৰাক্তন মুখ্য মন্ত্ৰীসহ বহু নেতা

উপত্যকাটোত উদ্ভৱ হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাজ্যকে সতৰ্ক কৰি দিয়া হৈছে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 5, 2019 10:07 am
omar_1564948419_618x347

প্রাক্তন মুখ্য মন্ত্রীদ্বয় ওমৰ আব্দুল্লা আৰু মেহবুবা মুফটি। ফাইল ফটো

3.6k
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰত এতিয়া দেশৰ সকলোৰে দৃষ্টি নিৱদ্ধ হৈছে। যুদ্ধ সদৃশ পৰিৱশে বিৰাজ কৰিছে উপত্যকাটোত।

অতিৰিক্তি সুৰক্ষা বাহিনী নিয়োগ কৰাৰ লগতে ৰাজনৈতিক উদ্বিগ্নতাও বৃদ্ধি পাইছে।

কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰৰ ক্ষেত্ৰত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে সূত্ৰসমূহে।

কাশ্মীৰত সঘনে হোৱা পট পৰিৱৰ্তনৰ মাজতে ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা পিডিপি নেতা মেহবুবা মুফটিক গৃহবন্দী কৰি ৰখা হৈছে।

নেশ্যনেল কনফাৰেন্সৰ নেতা প্ৰাক্তন মুখ্য মন্ত্ৰী ওমৰ আব্দুল্লাকো শ্ৰীনগৰত গৃহবন্দী কৰি ৰখা হৈছে।

সেইদৰে পীপলছ কনফাৰেন্সৰ মুৰব্বী ছাজাদ লোনকো গৃহবন্দী কৰি ৰখাৰ বাতৰি পোৱা গৈছে।

india-kashmir-unrest-attack_9eff8a06-20e5-11e7-beb7-f1cbdf0743d8
শ্ৰীনগৰত নিয়োগ কৰা হৈছে অতিৰিক্ত সুৰক্ষা বাহিনী।

প্ৰাক্তন মুখ্য মন্ত্ৰীদ্বয় মুফটি আৰু আব্দুল্লাই  ৰাজ্যখনৰ জনসাধাৰণক শান্তি শৃংখলা অটুট ৰখাৰ বাবে আহ্বান জনাইছে।

দেওবাৰে নিশাৰে পৰা নেতাসকলক গৃহবন্দী কৰি ৰখা বুলি সূত্ৰসমূহে সদৰী কৰিছে।

কেন্দ্ৰই ৰাজ্যখনত কি নীতি প্ৰয়োগ কৰিব বিচাৰিছে তাক লৈ নেতাসকল দোমোজাত আছে।

ইপিনে, ৰাজ্যখনত সুৰক্ষা বাহিনী যিকোনো সম্ভাৱ্য আইন-শৃংখলাজনিত পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সষ্টম হৈ পৰিছে।

জানিব পৰা মতে, নতুন দিল্লীত কেবিনেট বৈঠক অনুষ্ঠিত হৈছে আৰু জম্মু-কাশ্মীৰ সন্দৰ্ভত বিশেষ সিদ্ধান্ত গ্ৰহণৰ অনুমান কৰা হৈছে।

বৰ্তমান জম্মু-কাশ্মীৰত উদ্ভৱ হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহক সতৰ্ক কৰি দিয়া হৈছে।

Recent News

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd