• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্যাপক কাৰ্যসূচীৰে ৭৩ সংখ্যক স্বাধীনতা দিৱস অনুষ্ঠিত কৰিব কামৰূপ মহানগৰ প্ৰশাসনে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 8, 2019 1:35 pm
2.9k
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হৈ উঠিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন। এইবাৰ স্বাধীনতা দিৱস তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব।

কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুয়ে আজি এই সম্পৰ্কে এক সংবাদমেল সম্বোধন কৰে।

তেওঁ জনোৱা মতে ১৫ আগষ্টত খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস আয়োজন কৰা হ’ব। ইয়াত বিদ্যালয়, মহাবিদ্যালয়ৰ লগতে বিশ্ববিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰাও সহযোগিতা আশা কৰিছে জিলা প্ৰশাসনে।

আনহাতে এইবাৰ স্বাধীনতা দিৱসৰ দিনা ছাত্ৰ-ছাত্ৰীৰ বাবে দেশভক্তিমূলক চিনেমা দেখুওৱাৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দি মহানগৰীৰ চিনেমা হলত বিনামূলীয়াকৈ দেশপ্ৰেমমূলক ছবি দেখুওৱা হ’ব বুলি তেওঁ কয়। এইক্ষেত্ৰত ইতিমধ্যে হলৰ কৰ্তৃপক্ষৰ সৈতে কথা পাতিছে কামৰূপ মহানগৰ প্ৰশাসনে।

ইয়াৰ উপৰি বিশেষ পাৰদৰ্শিতা দেখুওৱা আৰক্ষী বিষয়াক পুলিচ মেডেল, স্বাধীনতা সংগ্ৰামীসকলক বিশেষভাৱে সম্বৰ্ধনা আৰু সাহসিকতাৰ পৰিচয় দিয়া ব্যক্তিক বীৰ চিলাৰায় বঁটাৰে সন্মানিত কৰিব।

১৩ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া কাৰ্যসূচীৰ প্ৰথম দিনা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা, বক্তৃতা আৰু চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ৰচনা আৰু বক্তৃতাৰ বিষয় “দ্যা মাহাত্মা”। বিদ্যালয় আৰু মহাবিদ্যালয় সমূহত অনুষ্ঠিত হ’বলগীয়া উক্ত প্ৰতিযোগিতাৰ প্ৰাইজমানি হ’ব ক্ৰমে ১০ হাজাৰ, ৭৫০০ আৰু ৫০০০ টকা।

স্বচ্ছ ভাৰত অভিযান, মূৰ্তিসমূহৰ পেইণ্টিং, বৃক্ষৰোপন আদিৰ দ্বাৰা আৰম্ভ হ’বলগীয়া প্ৰথমটো দিনৰ কাৰ্যসূচী সন্ধিয়ালৈ স্বদেশ প্রেমমূলক গীত আৰু নাটক প্ৰতিযোগিতাৰে অন্ত পৰিব।

আনহাতে দ্বিতীয় দিনা অৰ্থাৎ ১৪ আগষ্টত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব, ইয়াৰ বিষয় হ’ব স্বাধীনতা সংগ্ৰাম। ইয়াৰ উপৰি উক্ত দিনা নিচাৰ বিৰুদ্ধে সজাগতা আৰু যান-জঁটৰ ওপৰত সজাগতা অভিযান অনুষ্ঠিত কৰা হ’ব।

Recent News

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd