• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ব্যাপক কাৰ্যসূচীৰে ৭৩ সংখ্যক স্বাধীনতা দিৱস অনুষ্ঠিত কৰিব কামৰূপ মহানগৰ প্ৰশাসনে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 8, 2019 1:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হৈ উঠিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন। এইবাৰ স্বাধীনতা দিৱস তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব।

কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুয়ে আজি এই সম্পৰ্কে এক সংবাদমেল সম্বোধন কৰে।

Apply Now

তেওঁ জনোৱা মতে ১৫ আগষ্টত খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস আয়োজন কৰা হ’ব। ইয়াত বিদ্যালয়, মহাবিদ্যালয়ৰ লগতে বিশ্ববিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰাও সহযোগিতা আশা কৰিছে জিলা প্ৰশাসনে।

আনহাতে এইবাৰ স্বাধীনতা দিৱসৰ দিনা ছাত্ৰ-ছাত্ৰীৰ বাবে দেশভক্তিমূলক চিনেমা দেখুওৱাৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দি মহানগৰীৰ চিনেমা হলত বিনামূলীয়াকৈ দেশপ্ৰেমমূলক ছবি দেখুওৱা হ’ব বুলি তেওঁ কয়। এইক্ষেত্ৰত ইতিমধ্যে হলৰ কৰ্তৃপক্ষৰ সৈতে কথা পাতিছে কামৰূপ মহানগৰ প্ৰশাসনে।

ইয়াৰ উপৰি বিশেষ পাৰদৰ্শিতা দেখুওৱা আৰক্ষী বিষয়াক পুলিচ মেডেল, স্বাধীনতা সংগ্ৰামীসকলক বিশেষভাৱে সম্বৰ্ধনা আৰু সাহসিকতাৰ পৰিচয় দিয়া ব্যক্তিক বীৰ চিলাৰায় বঁটাৰে সন্মানিত কৰিব।

১৩ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া কাৰ্যসূচীৰ প্ৰথম দিনা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা, বক্তৃতা আৰু চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ৰচনা আৰু বক্তৃতাৰ বিষয় “দ্যা মাহাত্মা”। বিদ্যালয় আৰু মহাবিদ্যালয় সমূহত অনুষ্ঠিত হ’বলগীয়া উক্ত প্ৰতিযোগিতাৰ প্ৰাইজমানি হ’ব ক্ৰমে ১০ হাজাৰ, ৭৫০০ আৰু ৫০০০ টকা।

স্বচ্ছ ভাৰত অভিযান, মূৰ্তিসমূহৰ পেইণ্টিং, বৃক্ষৰোপন আদিৰ দ্বাৰা আৰম্ভ হ’বলগীয়া প্ৰথমটো দিনৰ কাৰ্যসূচী সন্ধিয়ালৈ স্বদেশ প্রেমমূলক গীত আৰু নাটক প্ৰতিযোগিতাৰে অন্ত পৰিব।

আনহাতে দ্বিতীয় দিনা অৰ্থাৎ ১৪ আগষ্টত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব, ইয়াৰ বিষয় হ’ব স্বাধীনতা সংগ্ৰাম। ইয়াৰ উপৰি উক্ত দিনা নিচাৰ বিৰুদ্ধে সজাগতা আৰু যান-জঁটৰ ওপৰত সজাগতা অভিযান অনুষ্ঠিত কৰা হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd