• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

আৰম্ভ হ’ল আমাজন ফ্ৰীডম চেল; ১৮,০০০-২০,০০০ টকা পৰ্যন্ত ঘুৰি আহিব পকেটলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 8, 2019 2:45 pm
07_08_2019-amazon-prime-sale-freedom-s_19467995

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ পৰা আৰম্ভ হৈছে ২০১৯ বৰ্ষৰ আমাজনৰ বাৰ্ষিক ফ্ৰীডম চেল। ৮ আগষ্টৰ দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হোৱা ফ্ৰীডম চেল ১১ আগষ্টৰ নিশা ১১.৫৯ বজালৈ চলি থাকিব।

আমাজন ফ্ৰীডম চেলত গ্ৰাহক সকলে আমাজনৰ পৰা ক্ৰয় কৰিবলগীয়া সামগ্ৰী সমূহত বিশাল ৰেহাই লাভ কৰিব।

এই ক্ষেত্ৰত আমাজন প্ৰাইম মেম্বাৰ সকলে আগষ্টৰ ৭ তাৰিখৰ পৰাই এই বিশেষ ৰেহাইৰ সুবিধা লাভ কৰিছে।

আনহাতে, বিশেষ ৰেহাইৰ উপৰিও এছ বি আই ক্ৰেডিট কাৰ্ড ব্যাৱহাৰকাৰী সকলে সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত অতিৰিক্ত ১০ শতাংশ ৰেহাই লাভ কৰিব।

তদুপৰি, আমাজনত ঘৰুৱা বিমানৰ টিকত ক্ৰয়ৰ ক্ষেত্ৰত ২০০০ টকা পৰ্যন্ত কেচবেক লাভ কৰিব উপভোক্তাসকলে।

ইতিমধ্যে আমাজন ইণ্ডিয়াই প্ৰিমিয়াম বাজেটৰ স্মাৰ্টফোনৰ ক্ৰয়ৰ ক্ষেত্ৰত বিশেষ ৰেহাইৰ কথা ঘোষণা কৰিছে।

উদাহৰণস্বৰূপে, ওৱান প্লাছ ৭ প্ৰোৰ ক্ষেত্ৰত আমাজন ইণ্ডিয়াই ৩০০০ টকা পৰ্যন্ত এক্সচেঞ্জৰ ক্ষেত্ৰত ৰেহাই দিছে। যিসকল উপভোক্তাই হুৱাই পি৩০ স্মাৰ্টফোন ক্ৰয় কৰিব বিছাৰিছে তেওঁলোকে ২০,৯৯০ টকা মূল্যৰ হুৱাই ৱাটছ জি টি বিনামূলীয়াকৈ লাভ কৰিব।

আমাজন ফ্ৰীডম চেলৰ সুবিধা গ্ৰহণ কৰিব বিচৰা গ্ৰাহকসকলে তলত উল্লেখ কৰা চাৰি প্ৰকাৰৰ সামগ্ৰীৰ বিষয়ে জানি থোৱা উচিত-

স্মাৰ্ট ফোন:  যদি আপুনি স্মাৰ্ট ফোন ক্ৰয় কৰিব বিচাৰিছে তেনেহ’ল এয়া হ’ল স্মাৰ্ট ফোন ক্ৰয় কৰাৰ অতি উত্তম সময়।আমাজন ইণ্ডিয়াই স্মাৰ্টফোন সমূহত ৪০ শতাংশলৈ বিশেষ ৰেহাইৰ ব্যাৱস্থা কৰিছে আমাজন ফ্ৰীডম চেলত।

আমাজনে উল্লেখ কৰা অনুসৰি ঝিয়োমি, ৰেডমি ৭, ৰেডমি ওৱাই ৩ ৰ ক্ষেত্ৰত গ্ৰাহকে ৭,৫০০ টকালৈ ৰেহাই লাভ কৰিব।

চেমচাং স্মাৰ্টফোন ক্ৰয়ৰ ক্ষেত্ৰত গ্ৰাহকসকলে ১৮,০০০ টকা পৰ্যন্ত ৰেহাই লাভ কৰিব। অ’পো স্মাৰ্টফোনৰ ক্ষেত্ৰতো ৯,০০০ টকা পৰ্যন্ত ৰেহাই লাভৰ সুবিধা আছে।

স্পীকাৰ আৰু হেডফোন: স্পীকাৰ আৰু হেডফোনৰ ক্ষেত্ৰতো আমাজনে গ্ৰাহকসকলক ৬০ শতাংশ পৰ্যন্ত ৰেহাই দিছে। ইয়াৰ উপৰিও জে বি এল আৰু বোট স্পীকাৰ মাত্ৰ ৯৯৯ টকাৰ পৰাই ক্ৰয় কৰিব পাৰিব।

স্মাৰ্ট ঘড়ী আৰু ফিটনেছ ট্ৰেকাৰ: স্মাৰ্ট ঘড়ী আৰু ফিটনেছ ট্ৰেকাৰৰ ক্ষেত্ৰতো আমাজনে ফ্ৰীডম চেলত ৰেহাইৰ ব্যৱস্থা কৰিছে। স্মাৰ্ট ঘড়ীৰ ক্ষেত্ৰত ৫০-৬০ শতাংশ ৰেহাই দিয়াৰ লগতে ফিটনেছ ট্ৰেকাৰ ৯৯৯ টকাৰ পৰা ক্ৰয় কৰিব পাৰিব গ্ৰাহকসকলে।

স্মাৰ্ট টিভি: স্মাৰ্ট টিভি ক্ৰয়ৰ বাবে গ্ৰাহক লকলে আমাজন ফ্ৰীডম চেলৰ সুবিধা গ্ৰহণ কৰিব পাৰে। স্মাৰ্ট টিভি ক্ৰয়ৰ ক্ষেত্ৰত আমাজন ইণ্ডিয়াই ৬০ শতাংশ পৰ্যন্ত ৰেহাই দিছে। আনহাতে মাত্ৰ ৮৩৩ টকা ই এম আইত আমাজনে গ্ৰাহকলৈ স্মাৰ্ট টিভি আগবঢ়াইছে।

চোনী, চেমচাং আদি টিভি গ্ৰাহকসকলে আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd